বিহাৰৰ অৰৰিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বাতৰি কাকতত কৰ্মৰত সাংবাদিকক বিমল কুমাৰ যাদৱক। জানিব পৰা মতে ১৮ আগষ্টৰ পুৱাৰ নিজ বাসগৃহতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে সাংবাদিকগৰাকীক। দুৰ্বৃত্তই বিমল যাদৱক টোপনিৰ পৰা জগাই গুলীচালনা কৰে। যাৰ ফলত থিতাতে নিহত হয় বিমল যাদৱ।সাংবাদিক গৰাকীৰ বুকুত গুলীয়াই দুৰ্বৃত্তই।এই
Year: 2023
মাজুলীত EYE FLUৰ ব্যাপক সংক্ৰমণ৷ EYE FLUৰ বাবে বন্ধ ঘোষণা শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন বনগাঁও৷ ৩৫০ শিক্ষাৰ্থীৰ ভিতৰত EYE FLUত আক্ৰান্ত ২০০ শিক্ষাৰ্থী৷
চানমাৰিত চিলনী চোৰৰ সন্ত্রাস। চিলনী চোৰে এগৰাকী মহিলাৰ পৰা থপিয়াই নিলে সোণৰ চেইন। শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত এই ঘটনা।চানমাৰি উৰণ সেতুৰ তলত পুৱাই সংঘটিত এই চুৰিকাণ্ড।বাইকত অহা দুই যুৱকে কাঢ়ি নিলে সোণৰ চেইন।
শ্বপিং মলত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। বোৰ্খা পিন্ধি মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰে এজন যুৱকে। যুৱকজনে গোপনে ল’লে মহিলাৰ ভিডিঅ’। ভিডিঅ’ লোৱাৰ সময়তে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। IT কোম্পানীত কৰ্মৰত আছিল অভিমন্য নামৰ যুৱকজন।যুৱকজনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মোবাইলসহ কেমেৰা। স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে প্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিমন্যক। কেৰেলা
অৱশেষত গ্ৰেপ্তাৰ কৰিলে দ্বীবন ডেকাক। চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডেকাক। ইফালে সোধ-পোছৰ অন্তত অন্তত যাবলৈ দিয়ে সদ্য অপসাৰিত বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক। ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰে নাম সাঙোৰ খাইছিল ডেকাৰ। শুকুৰবাৰে পুৱা জেৰাৰ বাবে মাতিছিল আৰক্ষীয়ে। দিনটোৰ সোধ-পোছৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় দ্বীবন ডেকাক। ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো সিদ্ধাৰ্থ