চানমাৰিত চিলনী চোৰৰ সন্ত্রাস…

চানমাৰিত চিলনী চোৰৰ সন্ত্রাস…

চানমাৰিত চিলনী চোৰৰ সন্ত্রাস। চিলনী চোৰে এগৰাকী মহিলাৰ পৰা থপিয়াই নিলে সোণৰ চেইন। শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত এই ঘটনা।চানমাৰি উৰণ সেতুৰ তলত পুৱাই সংঘটিত এই চুৰিকাণ্ড।বাইকত অহা দুই যুৱকে কাঢ়ি নিলে সোণৰ চেইন।

Shahnawaz Hamza

Related