Year: 2023

আজিৰ ৰাশিফল !আজি কি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে?

আজিৰ ৰাশিফল !আজি কি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে?

মেষ ৰাশি আপুনি আজি নিজৰ উগ্ৰ আচৰণ আৰু জেদ ভাৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। পৰিশ্ৰমৰ ফল নোপোৱাৰ ফলত নিৰাশ হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি সময় আপোনাৰ বাবে অনুকূল নহয়। সন্তানক লৈ চিন্তা থাকিব। নভৱা–নিচিন্তাকৈ কোনো কাম নকৰিব। চৰকাৰী কামত সফলতা। বৃষ ৰাশি আজি আপুনি

মঙলবাৰে নদীৰ পাৰত উদ্ধাৰ বিশ্বনাথৰ শশাংকৰ মৃতদেহ!

মঙলবাৰে নদীৰ পাৰত উদ্ধাৰ বিশ্বনাথৰ শশাংকৰ মৃতদেহ!

বিশ্বনাথৰ ফটিকাবস্তিত বুঢ়িগাং নৈত গা-ধুই থকা অৱস্থাত সন্ধানহীন হোৱা যুৱক শশাংক কটকীৰ ঘটনাৰ নতুন মোৰ৷ বনভোজ খাবলৈ অহা বন্ধুৱে মিলি শশাংকক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে চাৰিজনকৈ বন্ধুক৷ আটক কৰা কেইজন ক্ৰমে চতিয়াৰ চতিয়াল গাঁৱৰ শশাংকু হাজৰিকা, বিশ্বনাথ চাৰিআলি খৰাশিমলুৰ আকাশ বৰা,

চাঞ্চল্যকৰ ঘটনা: দুমাহ ধৰি সন্ধানহীন দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী

চাঞ্চল্যকৰ ঘটনা: দুমাহ ধৰি সন্ধানহীন দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী

লামডিং সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । লামডিং জৰংদিচা কবৰখোলাৰ পৰা প্ৰায় দুমাহ ধৰি নিৰুদ্দেশ হৈ আছে এগৰাকী ১৫ বছৰীয়া কিশোৰী । যোৱা ২০ জুনৰ পৰা সন্ধানহীন হৈ আছে ৰচিদা বেগম নামৰ কিশোৰীগৰাকী। কিশোৰীগৰাকী নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰলোকে লামডিং আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ