Year: 2023

মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও সদৰ সমষ্টিত ২০২২-২৩ বৰ্ষৰ SOPD-G আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া ‘দুটা লেনযুক্ত নগাঁও হেলিপ’ৰ্ট সংযোগী পথ’ নিৰ্মাৰ কামৰ শুভাৰম্ভ কৰে

মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও সদৰ সমষ্টিত ২০২২-২৩ বৰ্ষৰ SOPD-G আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া ‘দুটা লেনযুক্ত নগাঁও হেলিপ’ৰ্ট সংযোগী পথ’ নিৰ্মাৰ কামৰ শুভাৰম্ভ কৰে

মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও সদৰ সমষ্টিত ২০২২-২৩ বৰ্ষৰ SOPD-G আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া ‘দুটা লেনযুক্ত নগাঁও হেলিপ’ৰ্ট সংযোগী পথ’ নিৰ্মাৰ কামৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা আৰু শশী কান্ত দাসৰ লগতে জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য

লেখক:: দিলীপ কুমাৰ ৰয় ============================ ভাৰতবৰ্ষত বিশেষকৈ দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন/ উন্মোচন কৰা হয় । সেই বিশেষ দিন দুটা হ’ল ১৫ আগষ্টৰ স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ গণতন্ত্ৰ বা প্ৰজাতন্ত্ৰ দিৱস । প্ৰথমটোক ইংৰাজীত Independence Day আৰু দ্বিতীয়টোক Republic Day বুলি কোৱা হয় । দুয়োটা দিনতে ৰাষ্ট্ৰীয় পতাকা যদিও

মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক ঘোষণা-

মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক ঘোষণা-

৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ তৰফৰ পৰা সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে ‘মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক’ আৰু উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক ঘোষণা কৰা হৈছে। অসম আৰক্ষীৰ কোনকেইগৰাকী বিষয়া এই পদকৰ বাবে বাছনি হৈছে তলত সৱিশেষ উল্লেখ কৰা হ’ল- 🔘 সংকটজনক পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ

অধিক চেনী খায় নেকি ? পুষ্টিবিদসকলৰ পৰা জানক আহাৰত কিমান অতিৰিক্ত মিঠাই মানে সৰ্বনাশ

অধিক চেনী খায় নেকি ? পুষ্টিবিদসকলৰ পৰা জানক আহাৰত কিমান অতিৰিক্ত মিঠাই মানে সৰ্বনাশ

মিঠা পানীয়, দুগ্ধজাত সামগ্ৰী, মিঠাইৰ সামগ্ৰী, বেক কৰা খাদ্যত যথেষ্ট চেনী থাকে। লগতে ব্ৰেড, বিলাহী চছ, প্ৰ’টিন বাৰ আদি খাদ্যও চেনীৰে ভৰ্তি কৰা হয়। আহাৰত অতিৰিক্ত চেনীৰ ফলত শৰীৰৰ গুৰুতৰ ক্ষতি হয়। পুষ্টিবিদ দিব্যা কৌৰৰ মতে, অত্যাধিক চেনী খোৱাৰ ফলত ধমনীবোৰ ক্ষতিগ্ৰস্ত হয়। ফলস্বৰূপে, হৃদযন্ত্ৰ ভাগৰুৱা হৈ পৰে। হৃদযন্ত্ৰৰ পেশীবোৰ

হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, শিৱ মন্দিৰৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি, ৯জনৰ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, শিৱ মন্দিৰৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি, ৯জনৰ মৃত্যু

হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন। সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ। এই ঘটনাত ২৫জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছঠে। এতিয়ালৈ দুটি শিশুসহ চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। বাকী লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে। এই মন্দিৰটো শিমলাৰ