Year: 2023

১২৭ A ভাৰত-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা…

১২৭ A ভাৰত-ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা…

১২৭ A নং ভাৰত -ভূটান ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন। ,আহত বাইক আৰোহীজন চৰ্না গাঁৱৰ মৃণাল হীৰা। মৃণাল হীৰাৰ অৱস্থা অতি সংকটজনক। তেওঁক পাঠশালা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখননম্বৰ AS01EK5668।

‘মা ভাৰতী আকৌ জাগি উঠিছে’, স্বাধীনতা দিৱসৰ ভাষণত ‘মণিপুৰৰ হিংসা’ক লৈ বাৰ্তা দিলে মোদীয়ে!

‘মা ভাৰতী আকৌ জাগি উঠিছে’, স্বাধীনতা দিৱসৰ ভাষণত ‘মণিপুৰৰ হিংসা’ক লৈ বাৰ্তা দিলে মোদীয়ে!

ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে সমগ্ৰ দেশে। এই উপলক্ষে সজাই তোলা হৈছে লালকিল্লা। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ ভাষণত স্থান পালে মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ কাষত থকাৰ বাৰ্তা দিলে মোদীয়ে। ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘সমগ্ৰ দেশ মণিপুৰৰ সৈতে আছে। মণিপুৰৰ মাতৃ–ভগ্নীসকলৰ সন্মানহানি হৈছে। কিন্তু

নগাঁৱৰ মৰিকলঙত দূৰ্ঘটনাত নিহত ১জন

নগাঁৱৰ মৰিকলঙত দূৰ্ঘটনাত নিহত ১জন

নগাঁৱৰ মৰিকলঙত দূৰ্ঘটনাত নিহত ১জন। বলব’মৰ যাত্ৰী কঢ়িওৱা মিনি ট্ৰাকে মহতিয়ালে স্কুটী আৰোহীক। থিতাতে নিহত স্কুটী চালক নৱ কেঁওট। আহত জয়ন্ত শইকীয়া নামৰ এজন যুৱক। দূৰ্ঘটনা সংঘটিত কৰা চালকৰ পলায়ণ। নিহত নৱ কেঁওটৰ ঘৰ পলাশনিত। আহত জয়ন্ত শইকীয়াক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি