Year: 2023

মহানগৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ কাৰণ!

মহানগৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ কাৰণ!

তৰোৱালেৰে ঘপিয়াই যুৱকক হত্যা,মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড। ২৩ বছৰীয়া যুৱকৰ হাতত প্ৰান গ’ল স্কুলীয়া ছাত্ৰৰ। টকাৰ লেনদেনৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড,সাত লাখ টকা মুক্তিপণ দাবী। গুৱাহাটী মহানগৰত পুনৰ ভয়ংকৰ ঘটনা । মহানগৰীৰ বোন্দা আমচিং অঞ্চলত এজন ১৫ বছৰীয়া যুৱকক তৰোৱালেৰে ঘপিয়াই হত্যা কৰা হৈছে । বুধবাৰে অৰ্থাত ৯ আগষ্টত সংঘটিত

২০২৪ত সকলো অভিলেখ ভংগ কৰি শাসনলৈ ওভতিব বিজেপি!

২০২৪ত সকলো অভিলেখ ভংগ কৰি শাসনলৈ ওভতিব বিজেপি!

“বিগত সকলো অভিলেখ ভংগ কৰি ২০২৪ চনত পুনৰ শাসনলৈ উভতি আহিব বিজেপি।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ভাষণৰ আৰম্ভণিতে বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দি এনে দাবী কৰে। ২০১৮ চনত বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ উদাহৰণ দি তেওঁ দাবী কৰে যে বিৰোধীৰ অনাস্থা প্ৰস্তাৱটো আচলতে বিজেপি আৰু NDA ৰ বাবে ভাল। বিৰোধীক উদ্দেশ্য

নীতেশ কুমাৰৰ হত্যাকাণ্ডৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰিলে আৰক্ষী আয়ুক্ত‌ই, অভিভাৱকসকলক জনালে এই আহ্বান

নীতেশ কুমাৰৰ হত্যাকাণ্ডৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰিলে আৰক্ষী আয়ুক্ত‌ই, অভিভাৱকসকলক জনালে এই আহ্বান

গুৱাহাটীত কালি সংঘটিত ছাত্ৰ হত্যাৰ লোমহৰ্ষক অপৰাধৰ বিষয়ে আজি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰে। উল্লেখ্য, ভেটাপাৰাৰ মহৰ্ষি বিদ্যামন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নীতেশ কুমাৰক হত্যা কৰি বোন্দাত পেলাই থৈছিল অভিযুক্ত অভিষেক বৰুৱাই। বৰুৱাই দিয়া স্বীকাৰোক্তি মৰ্মে অনলাইন গেমৰ জৰিয়তে চিনাকি হোৱা নীতেশ কুমাৰৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ

কাজিৰঙা-যোৰহাট-দুলীয়াজানৰ মাজত নতুন দিগন্তৰ সূচনা কৰি চলিল দেশৰ প্ৰথমখন ‘পানীৰে চলা বাছ

কাজিৰঙা-যোৰহাট-দুলীয়াজানৰ মাজত নতুন দিগন্তৰ সূচনা কৰি চলিল দেশৰ প্ৰথমখন ‘পানীৰে চলা বাছ

দেশৰ প্ৰথমখন ‘গ্ৰীণ হাইড্ৰজেন’ চালিত যাত্ৰীবাহী বাছৰ ‘টেষ্ট ড্ৰাইভ’ আৰম্ভ হ’ল যোৰহাটত। দেশৰ প্ৰথমখন ‘গ্ৰীণ হাইড্ৰজেন’ চালিত যাত্ৰীবাহী বাছৰ ‘টেষ্ট ড্ৰাইভ’ বৃহস্পতিবাৰে আৰম্ভ হয় যোৰহাটত । অইল ইণ্ডিয়া লিমিটেডৰ গৱেষণাৰ অন্তত সাজু হৈ উঠিছে প্ৰদূষণ মুক্ত এই হাইড্ৰজেন চালিত বাছখন । যান-বাহনৰ ক্ষেত্ৰত ভৱিষ্যতৰ পৃথিৱীত এখোজ হাইড্ৰজেন চালিত এই যাত্ৰীবাহী

১১ আগষ্টৰ পৰা নিশাৰ ভাগত নচলে গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা

১১ আগষ্টৰ পৰা নিশাৰ ভাগত নচলে গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আজিৰে (১১ আগষ্ট) পৰা নিশাৰ ভাগত নচলে গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা সন্ধিয়া ৬.৩০ বজাৰ পিছত বন্ধ হ’ব ফেৰীসেৱা ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত