Year: 2023

‘আপ’ অসমে কমল কুমাৰ মেধিক কৰা নিলম্বনত স্থগিতাদেশ জাৰি কৰিলে আদালতে

‘আপ’ অসমে কমল কুমাৰ মেধিক কৰা নিলম্বনত স্থগিতাদেশ জাৰি কৰিলে আদালতে

কমল কুমাৰ মেধিক আপৰ পৰা নিলম্বনক লৈ কামৰূপ মহানগৰ দেৱানী আদালতৰ গুৰুত্বপূৰ্ণ ৰায়৷ ‘আপ’ অসমে কমল কুমাৰ মেধিক কৰা নিলম্বনত স্থগিতাদেশ জাৰি কৰিছে আদালতে ৷ ইয়াৰ পিছতে কমল কুমাৰ মেধিয়ে

৬ জনগোষ্ঠীক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৬ জনগোষ্ঠীক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

🔷 কাৰিকৰী শিক্ষানুষ্ঠানত অসমৰ ৬জনগোষ্ঠীৰ বাবে সংৰক্ষণ হ’ব আসন। 🔷 তাই আহোমৰ বাবে ১৬৪, চুতিয়াৰ বাবে ১৪৭, মৰাণৰ বাবে ১৩১, মটকৰ বাবে ১৩১ আৰু কোচ ৰাজবংশীৰ বাবে সংৰক্ষিত হ’ব ২১৩খন

লোকসভাত দিলীপ শইকীয়াৰ পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিধেয়ক উত্থাপন

লোকসভাত দিলীপ শইকীয়াৰ পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিধেয়ক উত্থাপন

মঙলদৈৰ সাংসদ দিলীপ শ‍ইকীয়াই অলপতে লোকসভাত উত্থাপন কৰে পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিল। এই বিলৰ সমর্থনত সাংসদগৰাকীয়ে কয় যে, অসমৰ দৰং জিলাৰ পথৰুঘাটৰ হোজা কৃষকসকলে ব্ৰিটিছ শাসকে মাটিৰ খাজনা

কনজাংটিভাইটিছ কি

কনজাংটিভাইটিছ কি

কনজাংটিভাইটিছ(Conjunctivitis) : আমাৰ চকুৰ সন্মুখৰ বগা অংশ ঢাকি থোৱা আৰু চকুৰ পটাৰ ভিতৰৰ ভাগত এখন পাতল অৱৰণ থাকে যাক কনজাংটাইভা বুলি কোৱা হয়৷ এই আৱৰণৰ স’ক্ৰমণক কনজাংটিভাইটিছ (conjunctivitis) বুলি কোৱা

নাবালিকাক ধৰ্ষণঃ অভিযুক্ত নাৰায়ন দে’ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড!

নাবালিকাক ধৰ্ষণঃ অভিযুক্ত নাৰায়ন দে’ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড!

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ দামৰাপাৰা নিৱাসী তথা ব্যৱসায়ী নাৰায়ন দে’ক(৪২) বুধবাৰে কোকৰাঝাৰ বিশেষ আদালতৰ জে . কোচৰ আদালতে ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে । ইয়াৰোপৰি