Year: 2023

৩০ জুলাইত উদ্বোধন হ’ব অসম বিধানসভাৰ নতুন ভৱন

৩০ জুলাইত উদ্বোধন হ’ব অসম বিধানসভাৰ নতুন ভৱন

অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱনটো উদ্বোধন হ’ব অহা ৩০ জুলাইত। এই নতুন ভৱনটো উদ্বোধন কৰিব লোকসভাৰ অধ্যক্ষ ঔম বিৰলাই। বিধানসভাৰ এই স্থায়ী ভৱনটো নিৰ্মাণৰ দায়িত্বত আছিল ছিমফ্লেক্স ষ্ট্ৰাক্সাৰ। ১৮,৪৫৯ বৰ্গ মিটাৰৰ

পঞ্চম দিনাও শ-শ প্ৰতিবাদীয়ে কঁপালে নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰ

পঞ্চম দিনাও শ-শ প্ৰতিবাদীয়ে কঁপালে নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰ

সংসদত নামৰূপ সাৰ কাৰখানা বন্ধ হ’ব বুলি ঘোষণা কৰাৰ পিছত শনিবাৰৰ পৰা নামৰূপৰ লগতে অসমৰ বিভিন্ন ঠাইত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হয়। নামৰূপ সাৰ কাৰখানাৰ মুখ্য

মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি চৰম সিদ্ধান্ত ছাত্ৰীৰ

মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি চৰম সিদ্ধান্ত ছাত্ৰীৰ

নলবাৰী জিলাৰ ক্ষুদ্ৰ কটলাবৰকুছি গাঁৱত বুধবাৰে এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ছাত্ৰীগৰাকী ক্ষুদ্ৰ কটলাবৰকুছি গাৱঁৰ মিনাক্ষী তালুকদাৰ বুলি জানিব পৰা গৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত (কম্পাৰ্টমেণ্টেল) ছাত্ৰীগৰাকীয়ে পুনৰ অনুতীৰ্ণ

কামপুৰৰ শ্ৰীমন্ত শংকৰদেৱ জিলা শাখাৰ উদ্যোগত আয়োজিত ১৫দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ সামৰণি

কামপুৰৰ শ্ৰীমন্ত শংকৰদেৱ জিলা শাখাৰ উদ্যোগত আয়োজিত ১৫দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,২৬জুলাই:–শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাৰ উদ্যোগত যোৱা ১১ জুলাইৰ পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে আয়োজিত সাংস্কৃতিক কৰ্মশালাখনিৰ বুধবাৰে সফল সামৰণি পৰে । সামৰণি অনুষ্ঠান উপলক্ষে কামপুৰৰ শংকৰ সংঘৰ জিলা

নগাঁৱৰ সোণাইঘাট প্ৰেছ ক্লাৱত সাংবাদিক,সমাজকৰ্মীক সম্বৰ্ধনা

নগাঁৱৰ সোণাইঘাট প্ৰেছ ক্লাৱত সাংবাদিক,সমাজকৰ্মীক সম্বৰ্ধনা

নিউজ ব্যুৰ’,নগাঁও,২৫জুলাই:–নগাওঁ জিলাৰ সোণাই পৰীয়া সাংবাদিকৰ উমৈহতীয়া মঞ্চ সোণাইঘাট প্ৰেছ ক্লাৱৰ উদ্যোগত মংগলবাৰে বিয়লি নগাঁৱৰ সাংবাদিক আৰু সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয় । সোণাইঘাট প্ৰেছ ক্লাৱৰ উদ্যোগত চলি থকা বাণিজ্য মেলা