কেন্দ্ৰীয় চৰকাৰৰ নতুন বিদ্যুৎ বিল নীতি। বিদ্যুৎ (উপভোক্তাৰ অধিকাৰ) বিল ২০২০ৰ সংশোধনী। দিনত কমিব, ৰাতি বাঢ়িব বিদ্যুৎ মাচুল। দিনত ২০% কমিব বিদ্যুৎ মাচুল। নিশা অতিৰিক্ত ২০% বাঢ়িব বিদ্যুৎ মাচুলৰ। সৌৰশক্তি
Year: 2023
ব্রহ্মপুত্রত সলিল সমাধি আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ এজন কৰ্মচাৰীৰ 🔴 উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰীঘাটত অঘটন। 🔴 ব্রহ্মপুত্রত সলিল সমাধি আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কৰ্মচাৰী ধনজিৎ ইংতিৰ। 🔴 এখন ফেৰীৰ পৰা আনখন ফেৰীলৈ
সমগ্ৰ দেশতে বিলাহীৰ মূল্য বৃদ্ধি হোৱাত গ্ৰাহকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ প্ৰায়বোৰ ঠাইতে প্ৰতি কিলোগ্ৰামত ৮০ৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে বিলাহীৰ মূল্য। আমি সচৰাচৰ ব্যৱহৃত এবিধ পাচলি
‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ (পিআইবি)ৰ গুৱাহাটী কাৰ্যালয়ে আজি গুৱাহাটী মহনগৰীৰ এখন হোটেলত ‘৯ বছৰীয়া সেৱা, সুশাসন আৰু গৰীবকল্যাণ’ক বিষয়বস্তু হিচাপে লৈ ‘বাৰ্তালাপ’ শীৰ্ষক এক সংবাদ মাধ্যমৰ কৰ্মশালাৰ আয়োজন কৰে। এই কৰ্মশালাৰ উদ্দেশ্য আছিল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক কাৰ্যকলাপৰ বিষয়ে তথ্য প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবাদ মাধ্যমৰ লোকসকলক সংবেদনশীল কৰা। ইয়াৰ বাবে বিশেষজ্ঞসকলৰ পৰা মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ চেষ্টা কৰাৰ লগতে চৰকাৰ আৰু সংবাদ মাধ্যমৰ মাজত গঠনমূলক আলোচনাৰো সুবিধা প্ৰদান কৰা হয়। কৰ্মশালাখনক তিনিটা ‘পেনেল আলোচনা’ত বিভক্ত কৰা হৈছিল – ‘প্ৰপেলিং লাইফ: এনভাৰ্নমেণ্ট এণ্ড ছাষ্টেইনেবিলিটী’, ‘উত্তৰ-পূব: বিকাশৰ ইঞ্জিন’, ‘সকলোৰে বাবে সুলভ আৰু প্ৰৱেশসাধ্য স্বাস্থ্যসেৱা’। প্ৰথম অধিৱেশনত ভাষণ দি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই পৰিৱেশ বচাবলৈ প্লাষ্টিক ব্যৱস্থাপনাত গুৰুত্ব আৰোপ কৰে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী কাৰ্যকলাপৰ বাবে তেওঁ ‘জন ভাগীদাৰী’ৰ ভূমিকা সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয় যে জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰেহে পৰিৱেশ সুৰক্ষাৰ দৰে বৃহত্ কৰ্মযজ্ঞ এটা সফলকাম হ’ব। আন এগৰাকী বিশেষজ্ঞ
আজি শাওণ মাহৰ অন্তিম সোমবাৰ। এই অন্তিম সোমবাৰৰ দিনটোত ভগৱান শিৱৰ বাহন নন্দী মহাৰাজৰ কাণত মনে মনে কওক এই এষাৰি কথা, তেতিয়া যি আশা কৰে সেয়া শীঘ্রে পুৰণ হব। (