Year: 2023

ওদালগুৰিৰ মাজুলি চাহ বাগিচাত শিৱ মহাপুজা,কলচী যাত্ৰা আৰু ধৰ্ম আলোচনা সভা অনুষ্ঠিত

ওদালগুৰিৰ মাজুলি চাহ বাগিচাত শিৱ মহাপুজা,কলচী যাত্ৰা আৰু ধৰ্ম আলোচনা সভা অনুষ্ঠিত

ওদালগুৰি জিলাৰ অন্তৰ্গত মাজুলি চাহ বাগিছাৰ শিৱ মন্দিৰত শিৱ পূজন, কলহ যাত্ৰা আৰু লগতে জলাভিষেকৰ অনুষ্ঠানৰ আয়োজন কৰা হয় | উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মন্দিৰ প্ৰাঙ্গনত ধৰ্ম্মধজ্বা প্ৰতিষ্ঠা কৰে বিশিষ্ট সমাজকৰ্মী বিকন ডেকাই । অনুষ্ঠানত বি.টি.আৰ.ৰ কাৰ্য্যৱাহী সদস্য সঞ্জিত তাঁতীৰ লগতে বৃহত্তৰ মাজুলি চাহ বাগিছা অঞ্চলটিৰ বহু বিশিষ্ট ব্যক্তি

ওদালগুৰিৰ জালিমূখ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিযুজ হাজৰিকাৰ

ওদালগুৰিৰ জালিমূখ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিযুজ হাজৰিকাৰ

প্ৰায় ১৭ কৌটি ব্যয়ৰে নিৰ্মাণ হৈ থকা ভাৰত-ভূটান সীমান্তৱৰ্তী ননৈ নদীৰ শৈল জালিবান্ধ পৰিদৰ্শন কৰে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুজ হাজৰিকা | লগতে সাংসদ দিলীপ শইকীয়া,বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী,বিধায়ক দিগন্ত কলিতা উপস্থিত থাকে | আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। ওদালগুৰি জিলাৰ ভাৰত ভূটান

নগাঁৱত “সৃষ্টি”ৰ বসন্ত উৎসৱৰ সামৰণি,চহা শিল্পী মাণিক কলিতাক “কলংপৰীয়া শিল্পী বঁটা” প্ৰদান

নগাঁৱত “সৃষ্টি”ৰ বসন্ত উৎসৱৰ সামৰণি,চহা শিল্পী মাণিক কলিতাক “কলংপৰীয়া শিল্পী বঁটা” প্ৰদান

  নিউজ ব্যুৰ’,নগাঁও,১৬মে’:–নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী “সৃষ্টি”ৰ উদ্যোগত আয়োজিত ২০সংখ্যক “বসন্ত উৎসৱ”টি যোৱা নিশা অনুষ্ঠিত হৈ যায় । উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত সাংস্কৃতিক কাৰ্যসূচীত দৰ্শক ৰাইজে বিপুল সঁহাৰি জনায় । নগাঁও চহৰৰ কলঙৰ বাকৰি খ্যাত ঐতিহ্যমণ্ডিত নেহৰুবালিত উপস্থিত সমবেত সহস্ৰাধিক দৰ্শক ৰাইজৰ মূল আকৰ্ষণৰ কেন্দ্ৰ আছিল যুৱ প্ৰজন্মৰ হাৰ্ট

জখলাবন্ধাৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু

জখলাবন্ধাৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,১৬মে’:–নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত সৰুভগীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণভাৱে মৃত্যু হয় । প্ৰাপ্ত বাতৰি মতে জোনমণি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিৰ দিশে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

নগাঁৱৰ কলিয়াবৰত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ । সৰুভগীয়াৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা । নগাঁৱৰ মৰিকলং থানাৰ ভাৰপ্রাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল SI ৰাভা । সোমবাৰে নিশা এখন তীব্র বেগী কণ্টেইনাৰ ট্রাকত খুন্দা SI গৰাকীৰ বাহনৰ । দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে থিতাতে নিহত জোনমণি ৰাভাৰ