Year: 2023

অভিভাৱকৰ কি কথাই সন্তানৰ মগজুত বেয়া প্ৰভাৱ পেলাই জানি লওক

অভিভাৱকৰ কি কথাই সন্তানৰ মগজুত বেয়া প্ৰভাৱ পেলাই জানি লওক

শিশুসকল অতিপাত ‘এটেনশ্যন চিকাৰ’। তেওঁলোকে সদায়েই সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ বিচাৰি থাকে। বিশেষকৈ পিতৃ-মাতৃৰ।কেতিয়াবা এনে স্বভাৱৰ বাবে শিশুসকলে পিতৃ-মাতৃৰ গালি শুনিব লগীয়াও হয়।আচলতে গালি দিয়াটো শিশুৰ লালন-পালনৰ এটা অংশ। কিন্তু বহুসময়ত অভিভাৱকসকলে খং কৰি শিশুসকলক কোৱা কেতবোৰ কথাই শিশুটিৰ মনত আঘাত দিব পাৰে।কি কথাই এটা শিশুক মানসিকভাৱে আঘাত কৰিব পাৰে,

অভিভাৱকৰ ভুলৰ ফল ভূগিব লগীয়া হ’ব পাৰে সন্তানে

অভিভাৱকৰ ভুলৰ ফল ভূগিব লগীয়া হ’ব পাৰে সন্তানে

প্ৰতিজন অভিভাৱকৰ বাবেই তেওঁলোকৰ সন্তান অতি বিশেষ। জন্মৰ দিনাৰ পৰাই অভিভাৱকসকলে সন্তানটোক লৈ সপোন দেখিবলৈ আৰম্ভ কৰে।প্ৰতিজন অভিভাৱকেই বিচাৰে যে তেওঁলোকৰ সন্তান ডাঙৰ হৈ এজন ভাল ব্যক্তি হওঁক। আজিকালি কৰ্মৰত অভিভাৱকসকলৰ তেওঁলোকৰ সন্তানৰ সৈতে কটোৱাৰ বাবে সময় যথেষ্ট কম। যিখিনি সময় সন্তানৰ লগত অতিবাহিত কৰে, সেইখিনি সময়তো তেওঁলোকে ভালকৈ বহি

অসম ব্ৰহ্মদেশৰ অংগ আছিল, ব্ৰহ্মদেশৰ পৰাহে অসমক ভাৰতৰ অংগ কৰিছিল : কপিল ছিবাল

অসম ব্ৰহ্মদেশৰ অংগ আছিল, ব্ৰহ্মদেশৰ পৰাহে অসমক ভাৰতৰ অংগ কৰিছিল : কপিল ছিবাল

অসম ব্ৰহ্মদেশৰ অংগ আছিল। ব্ৰহ্মদেশৰ পৰাহে অসমক ভাৰতৰ অংগ কৰিছিল ব্ৰিটিছৰ দিনত। উচ্চতম ন্যায়ালয়ৰ মজিয়াত এই বিস্ফোৰক মন্তব্য কৰিছিল জ্যেষ্ঠ অধিবক্তা তথা জ্যেষ্ঠ সমাজবাদী পাৰ্টীৰ নেতা কপিল ছিবালে। ‘কা’ আৰু ভিত্তিবৰ্ষ সম্পৰ্কীয় গোচৰৰ শুনানিৰ কালত বৃহস্পতিবাৰে এই যুক্তি প্ৰদৰ্শন কৰিছিল কপিল ছিবালে। কপিল ছিবালে কয়, ‘‘জনসংখ্যা মানুহৰ প্ৰব্ৰজনৰ ইতিহাসত নিহিত

ছামীৰ পত্নী হাছিন জাহানে কলকাতা নাইট ৰাইডাৰ্ছৰ চিয়াৰলিডাৰ হৈ থাকোঁতে কিমান দৰমহা পাইছিল!

ছামীৰ পত্নী হাছিন জাহানে কলকাতা নাইট ৰাইডাৰ্ছৰ চিয়াৰলিডাৰ হৈ থাকোঁতে কিমান দৰমহা পাইছিল!

আইচিচি এদিনীয়া বিশ্বকাপৰ সময়ত মহম্মদ ছামীয়ে ভাৰতীয় দলৰ হৈ সুন্দৰ খেল খেলি থকাৰ সময়তে তেওঁৰ পত্নী হাছিন জাহানে পুনৰবাৰ ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে ইংগিতদায়ক পোষ্টেৰে শিৰোনাম দখল কৰে। হাছিন জাহানে নিজৰ ইনষ্টাগ্ৰাম পোষ্টত পৰোক্ষভাৱে বিভিন্ন বাৰ্তা দিয়াৰ চেষ্টা কৰিছিল। মহম্মদ ছামীৰ নামত পোনপটীয়াকৈ নল’লেও সেই সকলোবোৰ পোষ্ট ভাৰতীয় পেচাৰগৰাকীকে যে বুজাইছে

আজি আপুনি ভাল খবৰ পাব পাৰে, পদোন্নতি, নতুন উপাৰ্জনৰ ধাৰা, বিবাহৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা

আজি আপুনি ভাল খবৰ পাব পাৰে, পদোন্নতি, নতুন উপাৰ্জনৰ ধাৰা, বিবাহৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা

মেষ ৰাশি: শ্ৰীগণেশে কৈছে, এই ৰাশিৰ জাতক-জাতিকাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ উন্নতি হ’ব। যিকোনো পৰামৰ্শ লাভ কৰিলে আদৰি লোৱা উচিত, সেই পৰামৰ্শ নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব। ব্যৱসায় লেহেমীয়া গতিৰে চলি থাকিব, নতুন সুযোগ আহিব পাৰে। দিনটো পৰিয়ালৰ সৈতে অতিবাহিত কৰিব। বন্ধু-বান্ধৱীৰ সৈতে সৰু সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। গৰ্ভৱতী