Year: 2023

সকলো ফাৰ্মাচীত বাধ্যতামূলক হ’ল চি চি টিভি

সকলো ফাৰ্মাচীত বাধ্যতামূলক হ’ল চি চি টিভি

 হোজাই মহকুমাৰ অন্তৰ্গত ঔষধৰ দোকানসমূহত  H&X ড্ৰাগছ বিক্ৰীৰ ফলত সৃষ্টি হোৱা অভাবনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তথা জনসাধাৰণৰ নিৰাপত্তাৰ স্বাৰ্থত অতিৰিক্ত জিলা দণ্ডাধীশ তথা ভাৰপ্ৰাপ্ত হোজাই মহকুমাৰ মহকুমাধিপতি লাচিত কুমাৰ দাসে ভাৰতীয় ফৌজদাৰী দণ্ডবিধি আইনৰ ১৩৩ ধাৰাৰ

চাংসাৰিৰ ৰাজপথত বাগৰিল যাত্ৰীবাহী বাছ

চাংসাৰিৰ ৰাজপথত বাগৰিল যাত্ৰীবাহী বাছ

কামৰূপ জিলাৰ চাংসাৰিৰ ৰাজপথত আজি সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰি সেনা চাউনিৰ সমীপত এখন যাত্ৰীবাহী বাছ পৰাত কমেও দহজনকৈ যাত্ৰী কম বেছি পৰিমানে আহত হয়।

মহানগৰীত পুনৰ গধূলিতে বাইক চুৰি

মহানগৰীত পুনৰ গধূলিতে বাইক চুৰি

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গাড়ী চুৰিৰ ঘটনা। গুৱাহাটীত পুনৰ গধূলিতে চোৰে বাইক লৈ উধাও হোৱা ঘটনা সংঘটিত হৈছে। ৰুক্মিণীগাঁৱৰ ১৯ নং ঘৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ সমগ্ৰ

নগাঁৱত আৰক্ষীক উৎকোচ দিবলৈ গৈ আটক গুলজাৰ

নগাঁৱত আৰক্ষীক উৎকোচ দিবলৈ গৈ আটক গুলজাৰ

🛑নগাঁৱত আৰক্ষীক উৎকোচ দিৱলৈ গৈ আটক এজন 🛑আটক ৰূপহী থানাৰ অন্তৰ্গত কাৱৈমাৰিৰ গুলজাৰ হুছেইন 🛑চামগুৰি থানাৰ গোচৰ নম্বৰ ১৫০/২৩ ৰ গোচৰৰ উৎকোচ দিৱলৈ গৈ আটক গুলজাৰ 🛑উল্লেখযোগ্য যে গৰু সৰবৰাহত

আমেৰিকা, কানাডাকে ধৰি বিশ্বৰ বহু দেশত সৰিয়হৰ তেল নিষিদ্ধ! কাৰণ শুনিলে আপুনিও খাবলৈ এৰিব…

আমেৰিকা, কানাডাকে ধৰি বিশ্বৰ বহু দেশত সৰিয়হৰ তেল নিষিদ্ধ! কাৰণ শুনিলে আপুনিও খাবলৈ এৰিব…

ভাৰতীয় ৰন্ধন প্ৰণালীত সৰিয়হৰ তেল অন্যতম গুৰুত্বপূৰ্ণ উপাদান। এই তেলে যিকোনো ধৰণৰ সুস্বাদু খাদ্য প্ৰস্তুত কৰিবলৈ ভালদৰে যোৰ কৰে। কিন্তু আপুনি জানেনে যে আমেৰিকা, ইউৰোপীয় দেশত খাদ্য আৰু ঔষধ প্ৰস্তুতৰ