28.6 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

নগাঁৱত আৰক্ষীক উৎকোচ দিবলৈ গৈ আটক গুলজাৰ

Assamese Newsনগাঁৱত আৰক্ষীক উৎকোচ দিবলৈ গৈ আটক গুলজাৰ

🛑নগাঁৱত আৰক্ষীক উৎকোচ দিৱলৈ গৈ আটক এজন

🛑আটক ৰূপহী থানাৰ অন্তৰ্গত কাৱৈমাৰিৰ গুলজাৰ হুছেইন

🛑চামগুৰি থানাৰ গোচৰ নম্বৰ ১৫০/২৩ ৰ গোচৰৰ উৎকোচ দিৱলৈ গৈ আটক গুলজাৰ

🛑উল্লেখযোগ্য যে গৰু সৰবৰাহত ব্যৱহাৰ কৰা গাড়ী মুকলাই আনিবলৈ দিব খুজিছিল উৎকোচ

🛑নগাঁৱৰ অপৰাধ তদাৰক শাখাৰ আৰক্ষী বিষয়াক উৎকোচ দিবলৈ গৈ আটক গুলজাৰ হুছেইন

🛑সম্প্ৰতি আটক হোৱা গুলজাৰ হুছেইন চামগুৰি আৰক্ষী থানাত ৰখা হৈছে

🛑গুলজাৰ হুছেইনক নগাঁৱৰ জেললৈ প্ৰেৰণ কৰিব বুলি জানিব দিয়ে আৰক্ষীয়ে

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!