কুম্ভত সূৰ্য-বুধৰ শক্তিশালী বুধাদিত্য ৰাজযোগ, এই তিনি ৰাশিৰ জীৱনত বিশাল আয়োজন, আহিব প্ৰচূৰ টকা

1 min read

এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৯টা গ্ৰহৰ ৰাশি পৰিৱৰ্তন হৈ থাকে। এই ৰাশি পৰিৱৰ্তনে ১২টা ৰাশি ওপৰত সমানভাৱে প্ৰভাৱ বিস্তাৰ কৰিলেও কিছুমান ৰাশিৰ ওপৰত ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰে।

কুম্ভত বুধ, সূৰ্যৰ মহামিলনত সৃষ্টি হৈছে বুধাদিত্য ৰাজযোগ। কিছুমান ৰাশিৰ জাতক-জাতিকাৰ বাবে অত্যন্ত শুভ আৰু মংগলময়। প্ৰতিটো ৰাশিৰ জাতক-জাতিকাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

এইবাৰ চাও আহক কি কি ৰাশিৰ জাতক-জাতিকাৰ বাবে এই সময় ভাল হ’ব।
মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে জীৱনত পূৰ্বতকৈ আৰু ভাল হ’ব। কিয়নো সূৰ্যৰ শক্তি আৰু বুধৰ বুদ্ধি মিলি জাতক-জাতিকাসকলে বিশ্বজয় কৰিব।

ইয়াৰ ফলত মানসিক চাপ কমিব বহু পৰিমাণে। বিদ্যাৰ্থীসকলৰ বাবে অত্যন্ত ভাল সময় আহিব। সফলতা আহিব জীৱনলৈ।

যিসকলে চাকৰিৰ পৰীক্ষা দিচ্ছেন তেওঁলোকৰ বাবে পৰিস্থিতি অত্যন্ত ভাল হ’ব। আৰু শক্তিশালী হ’ব জাতক-জাতিকাসকলৰ অৱস্থা।

নতুন নতুন সম্পত্তিৰ মালিক হ’ব পাৰে জাতক-জাতিকাসকল। আৰ্থিক পৰিস্থিতিও পূৰ্বতকৈ ভাল হ’ব।

তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে বুধাদিত্য ৰাজযোগ অত্যন্ত সুখৰ হ’ব। পত্নীৰ সৈতে এইবাৰ সম্পৰ্ক আৰু ভাল হ’ব।

অতি সহজেই সফলতাৰ শীৰ্ষত উঠিব এই ৰাশিৰ জাতক-জাতিকাসকল। নতুন সম্পত্তিৰ মালিক হ’ব পাৰে।

অংশীদাৰিত্ব ব্যৱসায়ত পূৰ্বতকৈ অধিক মুনাভা অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতক-জাতিকাসকলে। সকলো মিলাই এইবাৰ কমিব মানসিক চাপো।

কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে জীৱন পূৰ্বতকৈ আৰু সুন্দৰ আৰু সুৰক্ষিত হ’ব পাৰে। সকলো মিলাই আৰ্থিকভাৱে শক্তিশালী হ’ব পাৰে জাতক-জাতিকাসকলৰ।

বিবাহিত জীৱনত পাৰস্পৰিক সুখ আহিব সহজতে। জীৱনৰ নানা সমস্যাৰ সমাধান হ’ব অতি সহজতে। আইনী সমস্যা দূৰ হ’ব।

কৰ্মক্ষেত্ৰত উন্নতিৰ সৈতে প্ৰমোচনে হ’ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন নতুন বিয়াৰ প্ৰস্তাৱ আহিব এইবাৰ।

প্ৰেমৰ সম্পৰ্কৰ বাবে এইবাৰ সময় অতিৰিক্ত ভাল হ’ব। বুধাদিত্য ৰাজযোগৰ ফলত কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে লাভৰ মুখ দেখিব।

কিয়নো ৩০ বছৰ পিছত শনিয়ে তেওঁৰ মূল ত্ৰিকোণ ৰাশি কুম্ভত বিাজমান হ’ব। সকলো মিলাই এইবাৰ ডাঙৰ সফলতা আহিব এই জাতক-জাতিকাসকলৰ বাবে।

Disclaimer: এই প্ৰতিবেদনত থকা সকলো তথ্য জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে, Guwahati Timesএ ইয়াত দিয়া কোনো তথ্য নিশ্চিত কৰা নাই। এই বিষয়ে শুদ্ধ ফলাফল পাবলৈ জ্যোতিষীসকলৰ সৈতে যোগাযোগ কৰিব।

You May Also Like

More From Author