নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা।
৪ গৰাকীকৈ স্থানীয় লোকক গুলীয়াই হত্যা।
থৌবাল জিলাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।
ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৫ খন জিলাত পুনৰ সান্ধ্য আইন বলৱৎ।