শিলচৰত বনভোজ খাই উভতাৰ সময়তে পথ দুৰ্ঘটনা…

1 min read
  • কাছাৰৰ কাটিগড়াৰ হিলাৰাত পথ দুৰ্ঘটনা।
  • ৰৈ থকা ট্রাকত খুন্দা এখন অল্ট’ বাহনৰ।
  • বনভোজ খাই উভতাৰ পথত সংঘটিত এই দুৰ্ঘটনা।
  • খুন্দা মাৰি ৰাজপথত বাগৰি পৰে বাহনখন।
  • আহত ৬জন যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ।
  • সংকটজনক অৱস্থাত এজনক SMCHলৈ প্রেৰণ।

You May Also Like

More From Author