৫০ বছৰ পিছত সূর্য-মঙ্গল-চন্দ্র-বৃহস্পতিৰ একেলগে ৩টা বিৰল ৰাজযোগ!

1 min read

২০২৪ত এই ৩ বিৰল ৰাজযোগৰ সংযোগত এই ৩ ৰাশিৰ জাতক-জাতিকাৰ জয়জয় ময়ময়।

বৈদিক শাস্ত্ৰ অনুযায়ী এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কিছুমান ৰাশিৰ লোকৰ জীৱনত যথেষ্ট উন্নতি হ’বলৈ গৈ আছে৷

কালিৰ পৰা অৰ্থাৎ ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা সূৰ্য্য আৰু মংগল গ্ৰহৰ আদিত্য-মংগল ৰাজযোগ নিৰ্মাণ হৈছে৷

আনহাতে চন্দ্ৰ আৰু বৃহস্পতিৰ গজকেশৰী ৰাজযোগ, আয়ুষ্মান ৰাজযোগৰ সংযোগ হ’বলৈ গৈ আছে ৷

ইয়াৰ ফলত তিনি ৰাশিৰ ভাগ্যৰ চকৰি ঘূৰিবলৈ গৈ আছে। নতুন বছৰৰ প্ৰথম দিনাৰ পৰা ৩টা ৰাশিৰ বাবে আৰম্ভ হৈছে ভাল দিন ৷

মেষ ৰাশিৰ জাতক-জাতিকাৰ জীৱন ভাল হ’বলৈ গৈ আছে। ২০২৪ চনৰ জানুৱাৰী মাহটো অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। চাকৰি প্ৰত্যাশীসকলৰ বাবে যথেষ্ট উন্নতি হ’ব ৷

আৰ্থিক অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হ’বলৈ গৈ আছে। জাতক-জাতিকাই বিনিয়োগৰ পৰা মুনাফা লাভ কৰিবলৈ ওলাইছে। আয়ৰ নতুন নতুন পথ সৃষ্টি হ’ব৷

ব্যৱসায় কৰিব বিচৰাসকলৰ বাবে সময় বহুত ভাল হ’বলৈ গৈ আছে ৷

বৃষ ৰাশিৰ জাতক-জাতিকাৰ জীৱনটো আগৰ তুলনাত ভাল হ’বলৈ গৈ আছে। এই সময়ত জাতক-জাতিকাৰ নতুন বাহন ক্ৰয়ৰ যোগ আছে ৷

ব্যৱসায় বহুত লাভ হ’বলৈ গৈ আছে। জীৱনটো সাহসেৰে ভৰা হ’বলৈ গৈ আছে। গোটেই জীৱনত উন্নতিৰ ধুমুহাহে উঠিবলৈ গৈ আছে। জাতক-জাতিকাৰ সৌভাগ্যৰ দুৱাৰ খুলিব।

মুঠতে নতুন বছৰৰ প্ৰথম দিনাৰ পৰাই জীৱনত ভাল হ’ব। জাতক-জাতিকাৰ হাতলৈ আহিব প্ৰচুৰ ধন।

মকৰ ৰাশিৰ বাবে জীৱনটো আগতকৈ ভাল হ’বলৈ গৈ আছে। নতুন চাকৰি আৰম্ভ কৰিবলৈ ওলোৱা সকলৰ জীৱনটো পূৰ্বৰ তুলনাত ভাল হ’বলৈ গৈ আছে ৷

সুখ, সমৃদ্ধিৰে জীৱনটো আগতকৈ ভাল হ’বলৈ গৈ আছে বিবাহিত জীৱন আগতকৈ ভাল হ’বলৈ গৈ আছে ৷

চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা সকলৰ বাবে এই সময়খিনি শুভ আৰু উন্নতিৰ চূড়ান্ত শিখৰত উপনীত হ’ব ৷

You May Also Like

More From Author