মংগলবাৰৰ পৰা সকলো ভক্তয়ে ৰামলালাৰ দৰ্শন কৰিব পাৰিব। আজি পুৱা ৫.৩০ বজাত সম্পন্ন হয় ৰামল্লাৰ শৃংগাৰ আৰু আৰতি। পুৱা ৭ বজাৰ পৰা ৰামলালাৰ দৰ্শন আৰম্ভ হয়। আজি হাজাৰ হাজাৰ ভক্তই শ্ৰীৰামৰ প্ৰতিমূৰ্তিৰ দৰ্শন কৰিব। ইতিমধ্যে ৰামলালাৰ অভিষেকৰ বাবে সহস্ৰাধিক ভক্তই ৰাম নগৰীত উপস্থিত হৈছে। তথ্য অনুসৰি বছৰত ৫ কোটিৰো অধিক
Month: January 2024
মেষ ৰাশি: আজি আপোনাৰ বাবে ব্যয়বহুল দিন হ’ব। বিদেশী কোম্পানীত কাম কৰি থকা লোকসকলে আজি কোম্পানীৰ পৰা উপহাৰ পাব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আজি কিছুমান লোকে চিকিৎসালয়লৈ যাবলগীয়া হ’ব পাৰে। আমদানি-ৰপ্তানিৰ ব্যৱসায় কৰা লোকসকলে আজি তেওঁলোকৰ ব্যৱসায়ত উত্থান দেখিবলৈ পাব। পৰিয়ালৰ সদস্যৰ সৈতে অলপ দূৰত্বৰ ভ্ৰমণলৈ যাব পাৰিব। আপুনি
অগৰাতলীৰ মাকলুং বন শিবিৰৰ সমীপত এই ঘটনা৷ চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰি খড়্গ কাটি নিয়াৰ সন্দেহ৷ কাজিৰঙাত বছৰৰ প্ৰথমটো গঁড় হত্যাৰ ঘটনা! অগৰাতলী ৰেঞ্জত উদ্ধাৰ খড়্গহীন গঁড়ৰ মৃতদেহ৷ অগৰাতলীৰ মাকলুং বন শিবিৰৰ সমীপত এই ঘটনা৷ চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰি খড়্গ কাটি নিয়াৰ সন্দেহ৷ বন বিভাগে আৰম্ভ কৰিছে অভিযান।
এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৯টা গ্ৰহৰ ৰাশি পৰিৱৰ্তন হৈ থাকে। এই ৰাশি পৰিৱৰ্তনে ১২টা ৰাশি ওপৰত সমানভাৱে প্ৰভাৱ বিস্তাৰ কৰিলেও কিছুমান ৰাশিৰ ওপৰত ডাঙৰ প্ৰভাৱ বিস্তাৰ কৰে। কুম্ভত বুধ, সূৰ্যৰ মহামিলনত সৃষ্টি হৈছে বুধাদিত্য ৰাজযোগ। কিছুমান ৰাশিৰ জাতক-জাতিকাৰ বাবে অত্যন্ত শুভ আৰু মংগলময়। প্ৰতিটো ৰাশিৰ জাতক-জাতিকাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ
মেষ ৰাশি : আজিৰ দিনটো খৰখেদাৰে ভৰি থাকিব। আজি আপুনি সন্তানৰ শিক্ষাৰ সমস্যা সমাধান কৰিবলৈ আৰু নতুন পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ গোটেই দিনটো দৌৰত ব্যস্ত থাকিব। আজি পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন লাভ কৰিব, সমস্যাবোৰ সহজে সমাধান কৰিবলৈ সক্ষম হ’ব। আজি আপুনি কথাত মধুৰতা বজাই ৰাখিব লাগিব, ই আপোনাক সন্মান দিব। আজি কিছুমান