শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলি…

0 min read
  • শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বদলি।
  • জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল সুশান্ত বিশ্ব শৰ্মা।
  • দেশৰ নিৰ্বাচন আয়োগৰ এই নিৰ্দেশনা।
  • সুশান্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনিষ্ঠ ভাতৃ।
  • জিলাখনৰ নতুন আৰক্ষী অধীক্ষক বীৰ ৰাকেশ ৰেড্ডী।
  • পক্ষপাতমুক্ত আৰু স্বচ্ছ, নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এই সিদ্ধান্ত।
  • সুশান্ত বিশ্ব শৰ্মাক আৰক্ষী মুখ্য কাৰ্যালয়লৈ বদলি।

You May Also Like

More From Author