Month: March 2024

কামৰূপ জিলাৰ বিজয় নগৰৰ ১৬ বছৰীয়া যুৱতী নিৰুদ্দেশ!

কামৰূপ জিলাৰ বিজয় নগৰৰ ১৬ বছৰীয়া যুৱতী নিৰুদ্দেশ!

এই ছোৱালী জনীৰ নাম #তনুজা_নাথ বয়স (১৬ বছৰ)। তাইৰ স্থায়ী ঠিকনা কামৰূপ জিলাৰ বিজয় নগৰ যদিও ৰজামায়ঙৰ লক্ষ্মণ নাথ (মোমায়েক) ৰ ঘৰত থাকিয়েই এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বৰ্তমান শিক্ষাগ্ৰহণ কৰি আছে। মায়ঙত তাইৰ অভিভাৱক হিচাপে মোমায়েক লক্ষ্মণ নাথ (শিক্ষক) ডাঙৰীয়াই তাইৰ দায়িত্ব পালন কৰি আছে। যোৱা ০৮/০৩/২০২৪ তাৰিখ শুক্ৰবাৰে সন্ধিয়া

জটিল ৰোগৰ চিকাৰ!, অভিনয়ৰ পৰা আঁতৰি আছে ছামান্থা…

জটিল ৰোগৰ চিকাৰ!, অভিনয়ৰ পৰা আঁতৰি আছে ছামান্থা…

দক্ষিণৰ ছবি উদ্যোগটোৰ অতি শক্তিশালী অভিনেত্ৰী হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ছামান্থা ৰুথ প্ৰভুৱে৷ বলীউডতো সবল খোজ পেলায় ‘পুষ্পা’খ্যাত অভিনেত্ৰীগৰাকীয়ে৷ অভিনয় কেৰিয়াৰত বহুতো হিট ছবি উপহাৰ দিছে ছামান্থাই৷ অভিনেত্ৰীগৰাকীয়ে অভিনয়ৰ যোগেদিয়ে দেশবাসীৰ হৃদয় জয় কৰিছে৷ কিন্তু দুখৰ বিষয় যে অভিনেত্ৰীগৰাকী দুৰাৰোগ্য ‘মায়েছাইটিছ’ ৰোগত ভুগি আছে৷ যাৰ বাবে দীৰ্ঘদিন ধৰি

গুৱাহাটীৰ পৰা পুনৰ নিৰুদ্দেশ যুৱতীঃ একেদিনাই ২ যুৱতী আৰু এগৰাকী মহিলা সন্ধানহীন….

গুৱাহাটীৰ পৰা পুনৰ নিৰুদ্দেশ যুৱতীঃ একেদিনাই ২ যুৱতী আৰু এগৰাকী মহিলা সন্ধানহীন….

আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা ৰাজধানী গুৱাহাটী মহানগৰীত পুনৰ যুৱতী আৰু মহিলা নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে। এইবাৰ গীতানগৰৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ সমীপৰ পৰা নিৰুদ্দিষ্ট হৈছে দুগৰাকী যুৱতী আৰু নাৰেংগীৰ যুৱ নগৰৰ পৰা এগৰাকী মহিলা সন্ধনহীন হৈছে। নিৰুদ্দিষ্ট যুৱতী দুগৰাকী হৈছে সন্তোষী কুমাৰী (২১)আৰু সুমন কুমাৰী(১৯)। আনহাতে, নিৰুদ্দিষ্ট মহিলা গৰাকী হৈছে নাৰেংগীৰ যুৱ

চিকিৎসকক উপহাৰক দিব নোৱাৰিব দৰৱ কোম্পানীয়ে: চৰকাৰৰ নিৰ্দেশনা কেন্দ্রীয়

চিকিৎসকক উপহাৰক দিব নোৱাৰিব দৰৱ কোম্পানীয়ে: চৰকাৰৰ নিৰ্দেশনা কেন্দ্রীয়

দৰৱ কোম্পানীসমূহে এতিয়াৰে পৰা চিকিৎসকক কোনো ধৰণৰ উপহাৰ আৰু দৰৱৰ নমুনা প্রদান কৰিব নোৱাৰিব। এই সন্দর্ভত ঔষধি বিভাগে এক নতুন নির্দেশনা জাৰি কৰিলে। ঔষধি বিপণন প্ৰথাৰ সমান সংহিতা (ইউচিপিএমপি) ২০২৪ আইনৰ অধীনত চিকিৎসকক বিনামূলীয়া নমুনা যোগান ধৰাটো নিষিদ্ধ কৰা হ’ল। ইউচিপিএমপিৰ নিৰ্দেশনাৱলী অনুসৰি, কোনো ফার্মাচিউটিকেল কোম্পানীয়ে বা তেওঁলোকৰ প্ৰতিনিধিয়ে চিকিৎসক