Month: March 2024

ধূমপায়ীৰ ওচৰত থকাটো ধূমপানতকৈও বেছি ক্ষতিকাৰক….

ধূমপায়ীৰ ওচৰত থকাটো ধূমপানতকৈও বেছি ক্ষতিকাৰক….

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ ধূমপান কৰিলে ধঁপাতৰ ধোঁৱা পোনে পোনে দেহত প্ৰৱেশ কৰে৷ যিটো অত্যন্ত ক্ষতিকাৰক৷ কিন্তু ধূমপান কৰোঁতে যদি কোনো এজন কাষত থাকে, তেন্তে তেওঁৰ অজানিতেই সেই ধোঁৱা কাষত থকাজনৰো দেহত প্ৰৱেশ কৰে৷ অকল ধঁপাতৰ ধোঁৱাই নহয়, ইয়াত আৰু প্ৰায় সাত হাজাৰ বিষাক্ত পদাৰ্থ থাকে, যিবোৰে কেন্সাৰৰ দৰে গুৰুতৰ

বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন নিগম আস্থানৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন নিগম আস্থানৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷

ৰাজপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰিলে এখন বুলেটে ৷ উল্লেখযোগ্য যে বুলেটখনত থকা তিনি আৰোহী গুৰুতৰভাৱে আহত হয় ৷ আহত তিনিওকে ততাতৈয়াকৈ বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ভৰ্তি কৰোৱা পিছতেই চিকিৎসালয়ত মৃত্যু হয় বুলেটৰ চালকৰ আসনত থকা পাপুল গগৈ ৷ নিহত পাপুল গগৈৰ ঘৰ গোলাঘাট বৰপথাৰত ৷