সমাগত লোকসভা নিৰ্বাচন,তৎপৰ শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল। সমান্তৰালকৈ ৰাজ্যিক বিজেপিৰ নেতৃত্বও সাজু নিৰ্বাচনলৈ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী ড০ শৰ্মা। দুপৰ নিশা পৰ্যন্ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সময় অতিবাহিত কৰিছে ড০ শৰ্মাই। সেই সময়তে বশিষ্ঠ স্থিত ৰাজ্যিক বিজেপিৰ মুখ্য
Month: March 2024
▶️ গুৱাহাটীত চলন্ত ইন’ভাত কিশোৰীক যৌন নিৰ্যাতন।▶️ এতিয়াও পলাতক মূল অভিযুক্ত ইনামূল আলী।▶️ বিয়েৰ খুৱাই ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন ৩ অভিযুক্তৰ।
আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম পুৰণি বজাৰত ইউপিপিএল -বিজেপি-এজিপি মিত্ৰ জোটৰ নব গঠিত বাওখুংগ্ৰী বিধানসভা সমষ্টি ভিত্তিক নিৰ্বাচন পৰিচালনা সমিতিয়ে উলিওৱা বাইক ৰেলিৰ সমাপ্তি পেলায়। এক নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোটৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত উলিওৱা উক্ত বাইক ৰেলিত অংশ গ্ৰহণ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য তথা ইউপিপিএল নেতা উইলছন
গুৱাহাটীৰ মাজমজিয়াত নিৰ্ভয়া কাণ্ডসদৃশ জঘন্য ঘটনা। দুই কিশোৰীক প্ৰথমে অপহৰণ আৰু তাৰ পিছত চলন্ত বাহনত অপকৰ্ম তিনি পাষণ্ডৰ। হোলীৰ আনন্দৰ মাজতে সংঘটিত হ’ল এই শিহৰণকাৰী ঘটনা। অপকৰ্মৰ পিছত দুয়োগৰাকী কিশোৰীক মুৰ্মুষূ অৱস্থাত গাড়ীৰ পৰা পেলাই থৈ গ’ল ৰাজপথত। কাহিলীপাৰাত উদ্ধাৰ হৈছিল কিশোৰী দুগৰাকী। আৰক্ষীয়ে কিশোৰী দুগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰায়
কেন্দ্ৰীয় চৰকাৰে আগন্তুক ৬ মাহৰ বাবে নাগালেণ্ডৰ ৮ খন জিলা আৰু ৫ খন জিলাৰ আৰক্ষী থানাক অশান্ত বুলি ঘোষণা কৰি AFSPA (Armed Forces Special Powers Act)ৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিষয়ে বুধবাৰে চৰকাৰে এক অধিসূচনা জাৰি কৰে। ৰাজ্যসমূহৰ আইন-শৃংখলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰি এই সিদ্ধান্ত লোৱা হৈছে। গৃহ