বৰ্তমান সময়ত মানুহৰ ব্যস্ততা বৃদ্ধি পোৱাৰ ফলত মানসিক চাপো বৃদ্ধি পাইছে৷ মানসিক চাপৰ পৰা হাত সাৰিবলৈ খাদ্যৰ লগতে শৰীৰ চৰ্চা অত্যন্ত প্ৰয়োজন৷ কিছুমান খাদ্য নিয়মীয়াকৈ খালে মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি৷ নহৰুঃ বিভিন্ন গৱেষণাই প্ৰমাণ কৰিছে যে নহৰুত থকা উপাদানসমূহে উদ্বেগ আৰু অৱসাদৰ পৰা মনক আঁতৰাই ৰাখে৷ ব্ৰকলিঃ
Month: March 2024
পুৱা টোপনিৰ পৰা সাৰ পাবলৈ বহুতেই এলাৰ্ম ব্যৱহাৰ কৰে৷ এলাৰ্ম নবজালৈকে নিশ্চিন্ত মনে শুই থকাটো বহুতৰে অভ্যাসত পৰিণত হৈছে৷ বহুতে সময়মতে সাৰ পাবলৈ ঘড়ীত এলাৰ্ম দিয়ে৷ আন কিছুমানে আকৌ মোবাইল ফোনত এলাৰ্ম দি ৰাখে৷ কিন্তু বহুতেই নাজানে যে এলাৰ্মৰ শব্দত টোপনি ভঙাটো শৰীৰৰ বাবে গুৰুতৰ সমস্যাৰ কাৰণ হ’ব পাৰে৷ চুইডেনৰ
শৰীৰ সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত দাঁতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ দাঁত সুস্থ নাথাকিলে শৰীৰ কেনেকৈ সুস্থ হৈ থাকিব৷ দাঁত চাফা কৰি ৰাখিবলৈ প্ৰত্যেক দিনেই আমি দাঁত ব্ৰাছ বা দাঁতন ব্যৱহাৰ কৰো৷ কিন্তু এই দাঁত ব্ৰাছডাল কিমানদিন ব্যৱহাৰৰ উপযোগী হৈ থাকে সেই কথা বহুতেই নাজানে আৰু জনাসকলেও বিশেষ গুৰুত্ব নিদিয়ে৷ প্ৰকৃততে প্ৰত্যেক
এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে অসম ৷ এজন আৰক্ষীয়ে নিজৰ চাৰ্ভিছ ৰিভলভাৰৰে এগৰাকী মহিলাক শূন্য দূৰত্বৰ পৰা বুকুত গুলীয়াই পিছত নিজৰ মুৰত গুলীয়াই আত্মহণণ কৰে ৷ এই মৰ্মান্তিক ঘটনাই সকলোকে শোকাহত কৰি তুলিছে। আত্মহনণৰ দৰে চুড়ান্ত সিদ্ধান্ত লোৱা আৰক্ষী বিষয়াজন হ’ল নামৰ সদৰ আৰক্ষী নিৱেশৰ অ’চি অনুপম গোৱালা ৷ যোৱা
অক্টোবৰ মাহত মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং৷ এই দলঙে হ্ৰাস কৰিব গুৱাহাটী-আমিনগাঁৱৰ যানজঁট৷ সোমবাৰে গুৱাহাটী-উত্তৰ দলঙৰ এটা অংশ মুকলি কৰি কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ মুঠ ১,২০৮ কোটি টকাৰ চাৰিটা প্ৰকল্প উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন কৰি এই কথা ঘোষণা কৰে৷ মুখ্যমন্ত্ৰী