Month: March 2024

উৎকট গৰেমে দহিব দেশ! IMDএ জাৰি কৰিলে সতৰ্কবাণী, তালিকাত আছে অসমৰো নাম

উৎকট গৰেমে দহিব দেশ! IMDএ জাৰি কৰিলে সতৰ্কবাণী, তালিকাত আছে অসমৰো নাম

বসন্ত কাল ওচৰ চাপি অহাৰ লগে লগে বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কবাণী। বতৰ বিজ্ঞান বিভাগে দিয়া শেহতীয়া IMD পূৰ্বাভাস অনুসৰি এইবাৰ মাৰ্চ মাহৰ পৰা গৰম বৃদ্ধি হ’ব। IMDৰ আপডেট অনুসৰি ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে যে ‘এল নিনো’ৰ প্ৰভাৱ দুৰ্বল হৈছে যদিও এতিয়াও যথেষ্ট শক্তিশালী আৰু মে’ মাহলৈকে চলি

মহাদেৱৰ আশিস লাভ কৰিবলৈ মহা শিৱৰাত্ৰিৰ দিনা কি কি কৰিব?

মহাদেৱৰ আশিস লাভ কৰিবলৈ মহা শিৱৰাত্ৰিৰ দিনা কি কি কৰিব?

মহাদেৱক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি। প্ৰতিজন দেৱতাৰ দৰে মহাদেৱৰ পূজাৰো কেতবোৰ বিশেষ ৰীতি আছে। ইয়াৰ খেলিমেলি হ’লে ৰুষ্ট হ’ব পাৰে মহাদেৱ। সন্মুখত মহা শিৱৰাত্ৰি। এই দিনটোত ভক্তসকলে শিৱৰ আৰাধনাত মগ্ন হয়। তেওঁৰ পূজাৰ বিধি নাজানিলে আৰাধনা হ’ব মূল্যহীন। মহাদেৱক তুষ্ট কৰিবলৈ তথা মহাদেৱৰ আশিস লাভ কৰিবলৈ মহা শিৱৰাত্ৰিৰ সময়ত

স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ চিৰদিনৰ বাবে ছুপাৰ ফৰ্মুলা!

স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ চিৰদিনৰ বাবে ছুপাৰ ফৰ্মুলা!

সকলো লোকৰে স্মৃতিশক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত ব্ৰাহ্মী শাকে যথেষ্ট সহায় কৰে বুলি কোৱা হয় ৷ বিশেষকৈ শিশুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে ব্ৰাহ্মী শাক অতি উপকাৰী। ব্ৰাহ্মী শাকে মগজুৰ সংজ্ঞাত্মক ক্ৰিয়া বৃদ্ধি কৰি মনোনিৱেশৰ শক্তি বৃদ্ধি কৰে। কিন্তু ব্ৰাহ্মী বনৌষধি কেৱল স্মৃতিশক্তিৰ বাবেই নহয়, আন বহু কামৰ বাবেও উপযোগী। অভিজ্ঞ চিকিৎসক অসীমে

ডায়েবেটিছ ৰোগীৰ হাৰ্ট এটেক কিয় বেছি হয় আপুনি জানেনে?

ডায়েবেটিছ ৰোগীৰ হাৰ্ট এটেক কিয় বেছি হয় আপুনি জানেনে?

ডায়েবেটিছ ৰোগীৰ আন লোকতকৈ হৃদৰোগৰ প্ৰৱণতা বেছি থাকে বুলি চিকিৎসসকলে সকীয়াই দিয়ে। টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত বহু লোকৰ হৃদৰোগত মৃত্যু হোৱা পৰিলক্ষিত হয়। হৃদৰোগ প্ৰতিৰোধৰ বাবে কেইবাটাও কথা মানি চলাটো উচিত। আপুনি প্ৰথমে ডায়েবেটিছ আৰু হৃদৰোগৰ সম্পৰ্ক বুজিব লাগিব। এই দুটা ৰোগৰ মাজত সম্পৰ্ক: আন লোকতকৈ ডায়েবেটিছ ৰোগীৰ হৃদৰোগ