হোলীৰ আনন্দৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাৰে পৰা হৈ আছে কিনকিনীয়া বৰষুণ। আজি সমগ্ৰ ৰাজ্যতে হ’বল মুষলধাৰ বৰষুণ আৰু বজ্ৰপাত। সমগ্ৰ অসমতে আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। গুৱাহাটীকে ধৰি অসমৰ প্ৰতিখন জিলাতে হ’ব আজি ধাৰাসাৰ বৰষুণ।
Month: March 2024
GUWAHATI,March 25:The annual orientation program of college of education, Boko came to an end with a cultural rally taken out from the college across the Boko township on Saturday. The rally was inaugurated by Dr Ganeswar Saharia Secretary of Sponsoring Committee of the college. A numbers of cultural programs like
প্ৰকাশ পালে লোকসভা নিৰ্বাচনৰ বাবে BJPৰ পঞ্চমখন প্ৰাৰ্থী তালিকা। প্ৰাৰ্থী তালিকাত কেইবাগৰাকীও হেভিৱেট আৰু চেলিব্ৰিটীৰ নাম আছে। কিন্তু লক্ষ্যণীয়ভাৱে বিহাৰৰ বাক্সাৰ সমষ্টিৰ পৰা টিকট নাপালে আনন্দ মিশ্ৰই। অৱসৰী IPS আনন্দ মিশ্ৰৰ গৃহ সমষ্টি বিহাৰৰ বাক্সাৰ। কিন্তু বাক্সাৰ সমষ্টিত BJPএ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে মিথিলেশ যাদৱক। উল্লেখ্য যে জানুৱাৰী মাহত বাক্সাৰ সমষ্টিৰ
মেষ ৰাশিঃ গণেশজীয়ে কৈছে যে আজি আপোনাৰ বাবে এটা অসুবিধাজনক দিন হ’ব, কাৰণ আজি আপুনি আপোনাৰ বিবাহিত জীৱনত কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। আজি আপোনাৰ পত্নীৰ লগত এনেকুৱা কিবা এটাক লৈ কাজিয়া হ’ব পাৰে, যাৰ বাবে আপুনি বিচলিত হৈ থাকিব। যদি ব্যৱসায়ত কোনো পৰিস্থিতিৰ সৃষ্টি হয় যিয়ে আপোনাক খং
কংগ্ৰেছ এৰিলে ভৰত চন্দ্ৰ নৰহে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ ভৰত নৰহে প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। পত্নী ৰাণী নৰহে প্ৰাৰ্থিত্ব নোপোৱাৰ ক্ষোভত পদত্যাগ ভৰত নৰহৰ। ইতিমধ্যে দেওবাৰে ভৰত নৰহে পদত্যাগ কৰিছিল কংগ্ৰেছৰ মিডিয়া কোষৰ পৰা। প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ পদত আছিল ভৰত চন্দ্ৰ নৰহ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ