Month: April 2024

ছয়গাঁওৰ জাহিৰপুৰত ঘৰত জুই লাগি একেলগে প্ৰাণ গ’ল দুই ভাতৃৰ

ছয়গাঁওৰ জাহিৰপুৰত ঘৰত জুই লাগি একেলগে প্ৰাণ গ’ল দুই ভাতৃৰ

পলাশবাৰী, ৩০ এপ্ৰিল:আজি পুৱতিনিশা ২ বজাত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ জুইত জ্বলি মৃত্যু হোৱা যুৱক দুজন সাজন আলী ২০ আনজন সমেজ আলী ২২ ৷ জানিব পৰা মতে, গুৰুতৰভাৱে আহত হৈছে যুৱক দুজনৰ মাতৃ আঞ্জুৱাৰা বেগম ৷ বৈদ্যুতিত শ্বৰ্ট-চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ

বিশ্বসুন্দৰী প্ৰতিযোগিতাত ইতিহাস: ৬০ বছৰীয়া আলেজান্দ্রা মিছ ইউনিভাৰ্ছ নির্বাচিত

বিশ্বসুন্দৰী প্ৰতিযোগিতাত ইতিহাস: ৬০ বছৰীয়া আলেজান্দ্রা মিছ ইউনিভাৰ্ছ নির্বাচিত

৬০ বছৰ বয়সত ব্ৰহ্মাণ্ড সুন্দৰীৰ মুকুট পৰিধান কৰিলে আলেজান্দ্রা মৰিছা ৰডৰিগেজে। প্রথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্রতিযোগিতাত বয়সৰ দিশৰ পৰা এই খিতাপ লাভ কৰি নতুন ইতিহাস ৰচিলে ৬০ বছৰীয়া সুন্দৰী গৰাকীয়ে। এইবাৰ মিছ ইউনিভার্জ প্রতিযোগিতাত ১৮-৭৩ বছৰ বয়সৰ মুঠ ৩৫ প্রতিযোগীয়ে অংশ লৈছিল। এই প্রতিযোগিতাতে আন সকলো সুন্দৰীক অতিক্রম কৰি ব্ৰক্ষ্মাণ্ড

অসম সহ উত্তৰ-পূৰ্বাঞ্চলত মুষলধাৰ বৰষুণৰ সম্ভাৱনা; বতৰ বিজ্ঞান কেন্দ্ৰৰ এলার্ট জাৰি অসম আৰু দেশৰ ১১ ৰাজ্যত

অসম সহ উত্তৰ-পূৰ্বাঞ্চলত মুষলধাৰ বৰষুণৰ সম্ভাৱনা; বতৰ বিজ্ঞান কেন্দ্ৰৰ এলার্ট জাৰি অসম আৰু দেশৰ ১১ ৰাজ্যত

সম্প্ৰতি অসম সহ উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিকূল বতৰৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ৷ তীব্ৰ গৰমৰ মাজতে ইতিমধ্যে অসমৰ কেতবোৰ স্থানত ধুমুহা -বৰষুণৰ লগতে শিলাবৃষ্টিয়ে বহু অনিষ্ট সাধন কৰিছে ৷ বজ্ৰপাত আৰু প্ৰৱল ধুমুহাত বহু ঘৰ-দুৱাৰ ভঙাৰ লগতে কে’বাজনো লোক আহত হয় ৷ ইয়াৰ মাজতে আগন্তুক সপ্তাহত অসম,চুবুৰীয়া অৰুণাচল,ছিকিম আৰু পশ্চিমবংগ সহ

বিটিআৰ আক্ৰাছুৰ সভাপতি সহ ২নেতাক বহিস্কাৰ…

বিটিআৰ আক্ৰাছুৰ সভাপতি সহ ২নেতাক বহিস্কাৰ…

অন্তকলহত জৰ্জৰিত হৈ বহুধাবিভক্ত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পিছত আন এক বিভাজনৰ দিশে সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ বিটিআৰ আক্ৰাছু। কাৰণ সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মণিৰাম ৰায়ৰ বিৰুদ্ধে সংগঠনৰ চাৰিখন জিলা সমিতিয়ে একনায়কত্বাবাদ তথা জাতীয় স্বাৰ্থক জলাঞ্জলি দি জাতি বিৰোধী ভূমিকা লোৱাৰ অভিযোগ উত্থাপন

বিশ্বনাথত আয়ুস্মান কাৰ্ডৰ ৫ লাখটকীয়া চৰকাৰী সাহাৰ্য্যৰ নামত ভেকোভাওনা!

বিশ্বনাথত আয়ুস্মান কাৰ্ডৰ ৫ লাখটকীয়া চৰকাৰী সাহাৰ্য্যৰ নামত ভেকোভাওনা!

আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিৰ অধীনত অস্ৰোপ্ৰচাৰ কৰিবলৈ গৈ সমস্যাত পৰিবলগীয়া হৈছে গহপুৰ মহকুমাৰ ছয়দুৱাৰ গৰৈমাৰী গাঁৱৰ সাধাৰণ কৃষক গোবিন্দ প্ৰধান(৫৫)। এইক্ষেত্ৰত তেওঁৰ ভাতৃ পুস্প প্ৰধানৰ পৰা জানিব পৰামতে- যোৱা কিছুদিনৰ পৰা পেটৰ “গল্ডব্লাডাৰ”ৰ অসুখত ভুগি থকা গোবিন্দ প্ৰধানে ৰোগ উপশমৰ বাবে বিশ্বনাথ চাৰিআলিত থকা জে. কে হস্পিতালত