– প্ৰত্যাখান কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আৱেদন। অৰবিন্দ কেজৰিৱালক EDএ কৰা গ্ৰেপ্তাৰক বৈধ আখ্যা দিল্লী উচ্চ ন্যায়ালয়ৰ। গোচৰটো কেন্দ্ৰীয় চৰকাৰ আৰু অৰবিন্দ কেজৰিৱালৰ মাজৰ নহয় বুলি প্ৰকাশ ন্যায়ালয়ৰ। এই গোচৰ ED আৰু অৰবিন্দ কেজৰিৱালৰ বুলিহে ৰায় দিয়ে উচ্চ ন্যায়ালয়ে। মুখ্যমন্ত্ৰীৰ বাবে আইনত বিশেষ সুবিধা নাই বুলিও প্ৰকাশ। এই ৰায়ৰ পিছত পুনৰ কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। অহা ১৫ এপ্ৰিললৈকে তিহাৰ জে’লত থাকিব লাগিব কেজৰিৱাল। দিল্লী উচ্চ ন্যায়ালয়ে আৱেদন প্ৰত্যাখান কৰাৰ পিছত কাইলৈ অৰবিন্দ কেজৰিৱাল কাষ চপাৰ সম্ভাৱনা আছে উচ্চতম ন্যায়ালয়ৰ।
কাৰাগাৰৰ বন্ধ কুঠৰীতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল, কেজৰিৱালৰ আৱেদন প্ৰত্যাখান দিল্লী উচ্চ ন্যায়ালয়ৰ
Posted on by GTM Desk
1 min read
You May Also Like
দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত
November 20, 2024
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!
November 16, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024