Month: April 2024

বিহুৰ বতৰত গামোচাক অপমান মমতা বেনাৰ্জীৰ, অসমীয়াৰ স্বাভিমান গামোচা গ্ৰহণ নকৰিলে মমতাই

বিহুৰ বতৰত গামোচাক অপমান মমতা বেনাৰ্জীৰ, অসমীয়াৰ স্বাভিমান গামোচা গ্ৰহণ নকৰিলে মমতাই

ৰঙালী বিহুৰ বতৰতে অসমীয়াৰ স্বাভিমান গামোচাক অপমান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। আদৰণি জনোৱাৰ সময়ত যঁচা গামোচাও গ্ৰহণ নকৰিলে মমতা বেনাৰ্জীয়ে। আজি শিলচৰত দেখা গ’ল এই দৃশ্য। পশ্চিম বংগৰ এই আচৰণে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজি দুপৰীয়া শিলচৰত উপস্থিত হয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ

পলাতক আৰক্ষী বিষয়াৰ ঘৰত CM ভিজিলেন্সৰ অভিযান, পলাতক আৰক্ষীক সম্পত্তিৰ পাহাৰ দেখি স্তম্ভিত তদন্তকাৰী বিষয়াও

পলাতক আৰক্ষী বিষয়াৰ ঘৰত CM ভিজিলেন্সৰ অভিযান, পলাতক আৰক্ষীক সম্পত্তিৰ পাহাৰ দেখি স্তম্ভিত তদন্তকাৰী বিষয়াও

পলাতক ASI সন্তোষ চৌধুৰীৰ ঘৰত CM ভিজিলেন্সৰ অভিযান। আৰক্ষী বিষয়াগৰাকীৰ উত্তৰ গুৱাহাটীত থকা বাসগৃহত অভিযান চলি আছে। CM ভিজিলেন্সত 04/24 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে। ৫টা বেংক একাউণ্টত আঢ়ৈ কোটিৰো অধিক ধন আছে সন্তোষৰ বিৰুদ্ধে। কনিষ্টবলৰ পৰা ASIহৈ সন্তোষ চৌধুৰীয়ে নামে-বেনামে সম্পত্তি গঢ়াৰ তথ্য লাভ কৰিছে CM

কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই, নৱ শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই, নৱ শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ সমাপ্ত? কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব শৰণীয়াই। নৱ কুমাৰ শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বৃহস্পতিবাৰে এই ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কোকৰাঝাৰ সমষ্টিৰ দুবাৰৰ সাংসদ নৱ শৰণীয়া। এইবাৰ নিৰ্বাচনত দিব নোৱাৰিব মনোনয়ন পত্ৰ। কিন্তু আন সমষ্টিত নিৰ্বাচন খেলিব পাৰিব শৰণীয়াই।

UPSCৰ পৰীক্ষাত জিলিকিল এইসকল অসম সন্তান, অসমৰ কোনে লাভ কৰিলে কি স্থান?

UPSCৰ পৰীক্ষাত জিলিকিল এইসকল অসম সন্তান, অসমৰ কোনে লাভ কৰিলে কি স্থান?

UPSCৰ পৰীক্ষাত জিলিকিল অসমৰ ৭ সন্তান। অভিজ্ঞান হাজৰিকা, ঈশ্বৰী ডেকা, ভাস্বত শইকীয়া, কল্লোল হাজৰিকা, ৰিতুৰাজ শৰ্মা আৰু ৰিকি লহকৰ প্ৰধানে জিলিকালে অসমৰ নাম। অভিজ্ঞান শইকীয়াই ১৭২ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে ঈশ্বৰী ডেকাই লাভ কৰে ৩২০সংখ্যক স্থান। ইফালে, ভাস্বত শইকীয়াই ৫৫২সংখ্যক স্থান, কল্লোল হাজৰিকাই ৯৯২সংখ্যক স্থান আৰু ৰিকি লহকৰ প্ৰধানে