Experts have raised alarms over the emergence of a lethal bird flu pandemic, cautioning that it could dwarf the impact of COVID-19. This warning comes following the identification of the H5N1 strain of avian influenza in an individual from Texas who had contact with infected dairy cows. ### Growing Concerns
Month: April 2024
ব’হাগ বিহুৰ আগমনৰ লগে লগেই ৰাজ্যৰ বিভিন্ন প্রান্তত বিহু সম্পর্কে বিভিন্ন কর্মশালা অনুষ্ঠিত হৈছে। এই কর্মশালাসমূহৰ লক্ষ্য হৈছে উঠি অহা প্রজন্মক কৰ্মশালাৰ জৰিয়তে বিহুনাচ আৰু বিহুৰ বাদ্য শিকোৱা। ৰঙালী বিহুক নতুন প্ৰজন্মৰ মাজত সঠিক আৰু সুন্দৰভাৱে উপস্থাপন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ উদ্যোগত
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত পৰ্যটন বৰ্ষত অভিলেখসংখ্যক পৰ্যটকৰ আগমন হৈছে৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ অনন্য জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে চলিত পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্যে যে ২০২৩ – ২৪ পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩
মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সমস্যাৰে ভৰা হ’ব। পাৰিবাৰিক সম্পৰ্কত চলি থকা উত্তেজনাৰ বাবে আপুনি সমস্যাত পৰিব। কিন্তু আৰ্থিক দৃষ্টিকোণেৰে আপোনাৰ দিনটো শক্তিশালী হ’ব। যাৰ বাবে আপুনি সন্তানৰ দায়িত্ব পূৰণ কৰিব পাৰিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাত চিন্তিত হ’ব। ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আগ্ৰহ থাকিব। সন্ধিয়া
শৰাইঘাট দলঙত পুনৰ অঘটন। দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়ালে এজন যুৱকে। শৰাইঘাটৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়ে যুৱকজনে। এতিয়ালৈ জানিব পৰা হোৱা নাই যুৱকজন পৰিচয়। নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।