জলেশ্বৰ বিধান সভা সমষ্টিৰ গৌৰ নগৰত বিৰোধী ঐক্যমণ্চৰ জনসভাত অংশ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ

0 min read

বৰপেটা জিলাৰ অন্তৰ্ভূক্ত ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ বিধান সভা সমষ্টিৰ গৌৰ নগৰত আজি বিৰোধী ঐক্যমণ্চৰ নিৰ্বাচনী প্ৰচাৰৰ এখন জনসভাত অংশ লয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন হৈ নিৰ্বাচনী প্ৰচাৰ সভাখনত গগৈয়ে এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে।

শিৱসাগৰৰ বিধায়কজনে আজমল আৰু অগপ তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক ব্ৰক্ষ্মপুত্ৰলৈ নিক্ষেপ কৰি এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ দিল্লীত হোৱাৰ অংশীদাৰ হবলৈ ৰাইজলৈ আহ্বান জনাই ৷

সংখ্যালঘু অধ্যুষিত জলেশ্বৰ সমষ্টিটোৰ বিশাল সভাখনত কে’বা সহস্ৰাধিক লোকে অংশ লয় ৷

You May Also Like

More From Author