আপোনাৰ ওজন হ্ৰাস হোৱা নাই নেকি ? এনে ক্ষেত্ৰত কি কৰিব…

1 min read

ওজন হ্ৰাস কৰিব সকলোৱে বিচাৰে। কিন্তু কঠোৰ শাৰিৰীক পৰিশ্ৰম আৰু দীঘলীয়া সময়ৰ বাবে ৰুচিহীন খাদ্যভাস কৰাৰ ভয়তে বহুলোকে মেদবহুলতাক লৈয়ে জীয়াই থাকিবলৈ বাধ্য হয়।
কিন্তু জীৱনশৈলীত পৰিৱৰ্তনৰ জৰিয়তে আপুনিও মেদবহুলতাৰ পৰা মুক্তি লাভ কৰিব পাৰে।

২০১৯ চনত আমেৰিকান জাৰ্নেল অফ লাইফষ্টাইল মেডিচিনত প্ৰকাশিত এক অধ্যয়নত পৰামৰ্শ দিয়া হৈছে যে এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰি আপুনি ওজন বৃদ্ধি আৰু মেদবহুলতাৰ সমস্যাটোৰ পৰা হাত সাৰিব পাৰে।

১) খাদ্য হজম বৃদ্ধি কৰে – আপোনাৰ কিমান খাদ্য হজম হৈ আছে, তাৰ ওপৰত নির্ভৰ কৰে আপোনাৰ কিমান ওজন হ্ৰাস পাব!

২) মস্তিষ্কৰ স্বাস্থ্য উন্নত কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে – কণীত কোলাইন নামৰ এটা উপাদান আছে যি মস্তিষ্ক উন্নত কৰাত আৰু ইয়াক সুৰক্ষিত ৰখাত সহায় কৰে।

৩) থাইৰইড নিয়ন্ত্ৰণত ৰাখক – কণীত আয়োডিন আৰু চেলেনিয়াম থাকে, যি থাইৰইড হৰমনত সামঞ্জস্য আছে। থাইৰইডৰ ওজন হ্ৰাস-বৃদ্ধিৰ সম্পৰ্ক আছে।’

৪) পেট টো দীৰ্ঘ সময়ৰ বাবে পূৰ্ণ ৰাখক – কণী খালে যথেষ্ট শক্তি পাব পাৰে, আৰু পেট ভৰ্তি হৈ থাকে। গতিকে বেছি খাদ্যৰ প্ৰয়োজন নাই।

৫) কেলৰি গ্ৰহণ নিয়ন্ত্ৰণত ৰাখক – যেতিয়া ওজন হ্ৰাস হোৱাৰ কথা আহে, শৰীৰে কিমান কেলৰি গ্ৰহণ কৰি আছে তাৰ ওপৰত লক্ষ্য ৰখা গুৰুত্বপূৰ্ণ।

You May Also Like

More From Author