BREAKING: বৰঝাৰ বিমান বন্দৰত আকাশত বিমানৰ জৰুৰীকালীন অৱতৰণ ।

1 min read

বিমানখনত আছিল আই.পি.এল (KKR) ক্ৰিকেটাৰৰ দল।

লক্ষ্ণৌ বিমান বন্দৰৰ পৰা কলিকতা বিমান বন্দৰত অৱতৰণ কৰিব লগা আছিল KKR IPL ৰ ক্ৰিকেট দলটো কঢ়িয়াই অনা বিমানখন।

প্রতিকূল বতৰৰ বাবে কলিকতা বিমান বন্দৰত অৱতৰণকৰিব নোৱাৰি বৰঝাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিশেষ বিমানখনে ।

IPL ৰ KKR ক্ৰিকেটৰ দলটি কঢ়িয়াই অনা বিমানখন প্ৰায় 45 মিনিট পিছত বৰঝাৰ বিমান বন্দৰৰ পৰা কলকাতা বিমান বন্দৰলৈ সুকলমে উৰা মাৰে ।

প্ৰায় 45 মিনিট ধৰি বিমানখনৰ ভিতৰতে আছিল IPL ৰ ক্ৰিকেটাৰসকল ।

কলিকতাৰ বতৰ ভাল হোৱাত বৰঝাৰ বিমান বন্দৰৰ পৰা বিমানখন উৰা মাৰে কলিকতা বিমান বন্দৰলৈ ।

অভিজিত কলিতা,গুৱাহাটী

You May Also Like

More From Author