বোকাখাতৰ কুৰুৱাবাহীৰ ধনশিৰি নদীত যুৱকৰ মৃতদেহ উদ্ধাৰ…

1 min read

-বোকাখাতৰ কুৰুৱাবাহীত অঘটন।

-নিকৰিঘাটৰ কাষেৰে বৈ যোৱা ধনশিৰি নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ।

-বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।

-যুৱকজন কুৰুৱাবাহী সত্ৰৰ হেম শইকীয়াৰ পুত্ৰ টুটুকন শইকীয়া।

-ধনশিৰি নদীত সলিল সমাধি ঘটা বুলি সন্দেহ স্থানীয় ৰাইজৰ।

-মাছমৰীয়াৰ জালত লাগি থকা অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।

You May Also Like

More From Author