মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি : পৰিবহণ বিভাগৰ অভিযানত জব্দ কেইবাখনো বাছ…

1 min read

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি ধৰা পেলাইছে পৰিবহণ বিভাগে।

বৃহস্পতিবাৰে মহানগৰীত এনফোৰ্ছমেণ্ট বিভাগে কেইবাখনো স্কুল বাছত অভিযান চলাই ধৰা পেলাই বিসংগতি।

অভিযানত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩ খনকৈ বাহন জব্দ।

জানিব পৰা মতে স্কুল বাছসমূহত নাই ছাত্রীৰ বাবে সা-সুবিধা।

যিখিনি সা-সুবিধা থাকিব লাগে জব্দকৃত এই বাহনসমূহত নাই পৰ্যাপ্ত সুবিধা।

সেয়েহে অভিযানকাৰী দলটোৱে এইসমূহ বাহন জব্দ কৰে।

You May Also Like

More From Author