নগাঁৱত চিকিৎসকৰ হেমাহিৰ বাবেই পুনৰ ৰোগীৰ মৃত্যু।
নগাঁৱৰ ডিউ কেয়াৰ হস্পিতালত সংঘটিত হৈছে এই ঘটনা ।
মৃত্যু হোৱা ৰোগীগৰকী ধিং ডুমডুমীয়াৰ ফজলুল হক ।
ৰোগীজনক পৰিয়ালৰ লোকে ডা: আৰিফুল. হকৰ পৰামৰ্শ মতে ১৪ মে’ত ভৰ্তি কৰিছিল ডিউ কেয়াৰ হস্পিতালত।
ৰোগীজনক হস্পিতালখনৰ ICU ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা চিকিৎসকগৰাকীয়ে IPL খেল চাবলৈ যোৱা বুলি অভিযোগ ৰোগীৰ আত্মীয়ৰ।
পাছত ICUত চিকিৎসাধীন অৱস্থাতে পুৱা ৪বজাত মৃত্যু হয় ৰোগীগৰাকীৰ।