নগাঁৱত চিকিসৎকৰ হেমাহিত ৰোগীৰ মৃত্যু…

1 min read

নগাঁৱত চিকিৎসকৰ হেমাহিৰ বাবেই পুনৰ ৰোগীৰ মৃত্যু।

নগাঁৱৰ ডিউ কেয়াৰ হস্পিতালত সংঘটিত হৈছে এই ঘটনা ।

মৃত্যু হোৱা ৰোগীগৰকী ধিং ডুমডুমীয়াৰ ফজলুল হক ।

ৰোগীজনক পৰিয়ালৰ লোকে ডা: আৰিফুল. হকৰ পৰামৰ্শ মতে ১৪ মে’ত ভৰ্তি কৰিছিল ডিউ কেয়াৰ হস্পিতালত।

ৰোগীজনক হস্পিতালখনৰ ICU ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা চিকিৎসকগৰাকীয়ে IPL খেল চাবলৈ যোৱা বুলি অভিযোগ ৰোগীৰ আত্মীয়ৰ।

পাছত ICUত চিকিৎসাধীন অৱস্থাতে পুৱা ৪বজাত মৃত্যু হয় ৰোগীগৰাকীৰ।

You May Also Like

More From Author