Month: May 2024

BHUTANESE GOVERNMENT DELEGATION VISIT GCU

BHUTANESE GOVERNMENT DELEGATION VISIT GCU

ABHIJIT KALITAGUWAHATI,May 14: A high level delegation from Bhutan, comprising of senior officials from the Royal Government of Bhutan and the Royal Bhutanese Consulate General, visited Girijananda Chowdhury University, Azara, on May 13.The visit marked the beginning of academic collaboration between Girijananda Chowdhury University and the Royal Government of Bhutan.

গুৱাহাটীত আই পি এল প্ৰতিযোগিতা; বৰষুণৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ দাবী

গুৱাহাটীত আই পি এল প্ৰতিযোগিতা; বৰষুণৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ দাবী

কাইলৈ গুৱাহাটীত আই পি এল প্ৰতিযোগিতা ; বতৰক লৈ চিন্তিত ক্ৰিকেটপ্ৰেমী অভিজিত কলিতাগুৱাহাটী,১৪ মে’: অবশেষত বহু হোহকা – পিচলাৰ অন্ততঃ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১৫ আৰু ১৯ মেত আই পি এল প্ৰতিযোগিতাৰ দুখন খেল অনুষ্ঠিত হব । ইতিমধ্যে বহু খেল দুখনক লৈ ক্রিকেটপ্রেমী সকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। কিয়নো বৰ্তমান

ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আছিল এখন নৈশবাছ, মাজনিশা ২ বজাত সংঘটিত হ’ল ভয়ংকৰ ঘটনা

ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আছিল এখন নৈশবাছ, মাজনিশা ২ বজাত সংঘটিত হ’ল ভয়ংকৰ ঘটনা

ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী নৈশবাছত দুৰ্বৃত্তৰ আক্ৰমণ। শিলগুটি দলিয়াই দুৰ্বৃত্তই ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিলে নৈশ বাছখনৰ গ্লাছ। AR SUPERৰ LUXURIA নামৰ AS 01PC7917 নম্বৰৰ বাছখনলৈ শিলগুটি দলিয়াই আক্ৰমণ কৰে দুৰ্বৃত্তই। বোকাখাত আৰু নুমলীগড়ৰ মাজৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা স্থানত সংঘটিত হয় এই ঘটনা। নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা।

শিৱৰ অতিকে প্ৰিয় এই ফল, আছে চমৎকাৰী গুণ, মানৱ শৰীৰৰ বাবে মহৌষধ

শিৱৰ অতিকে প্ৰিয় এই ফল, আছে চমৎকাৰী গুণ, মানৱ শৰীৰৰ বাবে মহৌষধ

শিৱৰ অতিকে প্ৰিয় এই ফল, আছে চমৎকাৰী গুণ, মানৱ শৰীৰৰ বাবে মহৌষধ ভগৱান শিৱৰ অতিকে প্ৰিয় এবিধ ফল। যি ফল শিৱ পূজা-পাৰ্বনতো আগবঢ়োৱা হয়। সেই ফল বিধেই হৈথে বেল। এই বেল ফলৰ বিধৰ লগতে বেল পাতো শিৱৰ অতিকে প্ৰিয়। পাছে জানেনে এই বেলত থাকে বহুতো ঔষধী গুণ। বেলক স্বাস্থ্যৰ বাবে

গৰমৰ দিনটো খাব লাগে কেঁচা পিঁয়াজ, সমাধান কৰে বহু সমস্যাৰ, পঢ়ক সবিশেষ-

গৰমৰ দিনটো খাব লাগে কেঁচা পিঁয়াজ, সমাধান কৰে বহু সমস্যাৰ, পঢ়ক সবিশেষ-

গৰমৰ দিনটো খাব লাগে কেঁচা পিঁয়াজ, সমাধান কৰে বহু সমস্যাৰ, পঢ়ক সবিশেষ- গৰমতো কেঁচা পিয়াজ খাব লাগে, পাছে ৯০% মানুহৰে এই ক্ষেত্ৰত বিভ্ৰান্তি থাকে। গৰমৰ দিনত কেঁচা পিয়াজ খালে সমস্যাৰ সৃষ্টি কৰে বুলি ভাৱে বহু লোকে। পাছে তেনে নহয়, গৰমৰ দিনতো ইয়াৰ বহু উপকাৰ পোৱা যায়। গ্রীষ্মকালৰ বাবে পিঁয়াজৰ উপকাৰ: