পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুক লৈ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে পোহৰলৈ আহিছে কেতবোৰ নতুন নতুন তথ্য। যোৱা ৩ মে’ৰ পুৱা নামৰূপ থাৰ্মেলৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছিল ২৩ বছৰীয়া পংখী সন্দিকৈৰ মৃতদেহ। ‘‘চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হ’লেও এয়া চূড়ান্ত সিদ্ধান্ত নাছিল। হয় স্বামী নীতিকেশ দাসে হত্যা কৰি অন্য ৰূপ দিবলৈ চেষ্টা
Month: May 2024
SBI অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকে ৪৬ দিনৰ পৰা ১৭৯ দিনৰ ভিতৰত , ১৮০ দিনৰ পৰা ২১০ দিন আৰু ২১১ দিনৰ পৰা ১ বছৰৰ কমলৈ বিভিন্ন সময়ৰ বাবে FDৰ হাৰ বৃদ্ধি কৰিছে। ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ ৭৫ বেছিছ পইণ্ট পৰ্যন্ত বৃদ্ধি কৰিছে SBIয়ে। ১৫ মে’ বুধবাৰে ভাৰতীয় ষ্টেট বেংকে কিছুমান নিৰ্দিষ্ট
বৰ্তমান যুগত বিত্তীয় লেনদেনৰ ডিজিটেলাইজড সেৱা দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে। ঘণ্টাৰ পিছত ঘণ্টা বেংকৰ লাইনত থিয় হৈ কোনেও ভাল নাপায়। দ্ৰুততাৰ যুগত সকলোৱে প্ৰযুক্তিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। ই-বেংকিঙৰ দৰেই গ্ৰাহকৰ বাবেও ATM পছন্দৰ সেৱা। ভাৰতৰ অৰ্থনৈতিক দিশত লাহে লাহে উন্নতি হোৱাৰ লগে লগে মানুহ ক্ৰমান্বয়ে ডিজিটেলভাৱে সহজ হৈ পৰিছে।
Guwahati: Assam’s renowned actress Aimee Barua walked in to the red carpet of Cannes film festival wearing a muga silk mekhela sador designed by Momita Sharma, adorned with ancient Assamese designs such as Goj Bota and Gam Kharu. The Goj Bota design is an ancient pattern from Assam, featuring intricate
মেষ ৰাশিঃ আপোনাৰ দীৰ্ঘদিনীয়া আইনী বিবাদ আজিৰ দিনটোতে শেষ হ’ব। আপোনাৰ নতুন সম্পত্তি কিনাৰ ইচ্ছাও পূৰণ হ’ব। এজন অভিজ্ঞ ব্যক্তিৰ প্ৰেৰণা অনুসৰণ কৰিব, যিয়ে আপোনাক মানসিক শান্তিও দিব। আপুনি আপোনাৰ ধনৰ কিছু অংশ দুখীয়াৰ সেৱাত খৰচ কৰিব, ইয়াৰ দ্বাৰা আপুনি সুখী হ’ব। যদি আপোনাৰ বন্ধুসকলে আপোনাক ক’ৰবালৈ লং ড্ৰাইভত লৈ