মহানগৰীত উৎকোচ লৈ দুৰ্নীতি নিৰ্বাৰকৰ জালত লাট মণ্ডল সহ দালাল

0 min read

মহানগৰীত উৎকোচ লৈ পুনৰ আটক হ’ল লাট মণ্ডল সহ এটা দালাল ৷ গুৱাহাটী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল স্বপ্না মেধিক পাঁচ হাজাৰ টকা ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ লগতে গ্ৰেপ্তাৰ কৰে মাহফুজুৰ ৰহমান নামৰ দালাল এটাক ৷

মাটিৰ নামজাৰিৰ নামত লাট মণ্ডলৰ হৈ আটকাধীন দালালটোৱে লৈছিল উৎকোচ ৷ দালালটোৰ স্বীকাৰোক্তিৰ ভিত্তিত দুৰ্নীতি নিৰ্বাৰকে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল স্বপ্না মেধিক ৷

You May Also Like

More From Author