মহানগৰীত উৎকোচ লৈ পুনৰ আটক হ’ল লাট মণ্ডল সহ এটা দালাল ৷ গুৱাহাটী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল স্বপ্না মেধিক পাঁচ হাজাৰ টকা ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ লগতে গ্ৰেপ্তাৰ কৰে মাহফুজুৰ ৰহমান নামৰ দালাল এটাক ৷ মাটিৰ নামজাৰিৰ নামত লাট মণ্ডলৰ হৈ আটকাধীন দালালটোৱে লৈছিল
Month: June 2024
ABHIJIT KALITAGUWAHATI,June 6:The 134th birth anniversary of Legendary Lokpriya Gopinath Bordoloi has celebrated at Lokpriya Gopinath Bordoloi International Airport in Guwahati today.On the occasion of his birthday, wreaths were laid at the statue of Bordoloi, inside the airport and a lantern was lit. Chief Airport Officer Utpal Baruah laid wreaths
গৰমৰ দিনত জনপ্ৰিয় ফল হ’ব তৰমুজ। বহুতেই তৰমুজৰ সৈতে ইয়াৰ বীজো খায় থয়। কিন্তু ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নে উপকাৰী? সঁচাকৈ তৰমুজৰ বীজ খোৱা নিৰাপদনে? ইয়াৰ ফলত কিবা ক্ষতি হয় নেকি শৰীৰৰ? বগা বীজ পোৱা যায় বীজহীন তৰমুজত। আচলতে সেইবোৰ বীজৰ খোলা। এইবোৰ নিৰাপদ। আনহাতে, ক’লা বীজ সাধাৰণ তৰমুজত পোৱা
চৰকাৰী তেল কোম্পানীসমূহে প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল-ডিজেলৰ দাম প্ৰকাশ কৰে। দেশত ইন্ধনৰ দাম আন্তঃৰাষ্ট্ৰীয় স্তৰত অপৰিশোধিত তেলৰ দামৰ ওপৰত নিৰ্ভৰ কৰে। অপৰিশোধিত তেলৰ দামৰ উত্থান-পতনৰ ফলত ভাৰতত ইন্ধনৰ দামৰ সালসলনি হয়। বুধবাৰে দেশৰ ৰাজধানী দিল্লীসহ আন মহানগৰত পেট্ৰ’ল-ডিজেলৰ দাম কিমান? ৬ জুনতো পেট্ৰ’ল-ডিজেলৰ নতুন দাম জাৰি কৰা হৈছে। একাংশ
বুধবাৰে দিল্লীত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত নৰেন্দ্ৰ মোদীক এন ডি এৰ নেতা হিচাপে নিৰ্বাচন কৰাৰ পিছত একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু হৈছে মোদী। শনিবাৰেই মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপালকে ধৰি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত থাকিব।