Nail biting অৰ অভ্যাস বহু শিশুৰে থাকে আনকি বহু প্ৰাপ্ত বয়স্ক পুৰুষ মহিলাকো কিছু বিশেষ বিশেষ মুহূৰ্তত সৰু লৰা ছোৱালীৰ দৰে নখ কামুৰি থকা প্ৰত্যক্ষ কৰা যায়। সৰু ডাঙৰ যাৰে নাথাকক কিয় এয়া কিন্তু এটি অত্যন্ত বেয়া অভ্যাস। কিয়নো নখৰ ভিতৰত থাকে ময়লা আৰু সেই ময়লাত মিহলি হৈ থাকে বহু
Month: June 2024
নুনমাটিৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰীক উদ্ধাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। নুনমাটি আৰক্ষীয়ে পশ্চিমবঙ্গৰ নিউ জপাইগুড়ি ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰি বুধবাৰে পুৱতি নিশা ছাত্ৰী তিনিগৰাকীক নুনমাটি আৰক্ষী থানালৈ লৈ অহা হৈছে। উল্লেখ্য যে সোমবাৰে ঘৰৰ পৰা স্কুললৈ যোৱাৰ পথত সন্ধানহীন হৈছিল অষ্টম শ্ৰেণীৰ তিনিগৰাকী ছাত্ৰী। ছাত্ৰী তিনিগৰাকী ক্ৰমে নুনমাটি নেপালী
প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ২০২৩ৰ ২৩আগষ্ট দিনটো আছিল বিশেষ। সেই দিনটোতে চন্দ্ৰযান-৩এ চন্দ্ৰ দক্ষিণ প্ৰান্তত অৱতৰণ কৰি এক ইতিহাস ৰচনা কৰিছিল। চন্দ্ৰৰ অতিকৈ দুৰ্গম দক্ষিণ প্ৰান্তত সফল অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰ স্বীকৃতি পাইছিল ভাৰতে। চন্দ্ৰযান ৩ৰ সফল অভিযানৰ পিছত এই ইছৰো সাজু হৈছে চন্দ্ৰযান-৪ৰ বাবে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই
বৰ্ষীয়ান ৰাজনীতিক লালকৃষ্ণ আদৱানি অসুস্থ। দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে লালকৃষ্ণ আদৱানিক। আজি পুৱাৰ ভাগত ভৰ্তি কৰোৱা হৈছে এইমছত। দেশৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানি। চিকিৎসকৰ নিৰীক্ষণত আছে বৰ্ষীয়ান নেতাজন। বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে চিকিৎসকে। ৯৬বছৰীয়া লালকৃষ্ণ আদৱানিক শেহতীয়াকৈ ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল। ১৯৮০চনত ভাৰতীয় জনতা
তিনি নতুন ফৌজদাৰী আইন সম্পৰ্কে সংবাদ মাধ্যমক সজাগ কৰি তোলাৰ লক্ষ্যৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’, গুৱাহাটীয়ে অসম আৰক্ষীৰ সহযোগত আজি ইয়াত গুৱাহাটীৰ সংবাদ মাধ্যমৰ লোকসকলৰ বাবে এখনিমিডিয়া কৰ্মশালা অনুষ্ঠিত কৰে। এই কৰ্মশালাৰ জৰিয়তে সাংবাদিকসকলক তিনি নতুন ফৌজদাৰী আইন ক্ৰমেভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম