মুকালমুৱাৰ দমদমা পথাৰত অচিনাক্ত দুৰ্বৃত্তই গুলিচালনা

1 min read


■এজন ব্যৱসায়ীক লক্ষ্য কৰি ধাৰাষাৰ গুলীচালনা কৰে তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে ।
■ব্যৱসায়ী জনৰ বৰপেটা জিলাৰ চতলাৰ জাকিৰ আলি বুলি জানিব পৰা গৈছে ।
■ব্যৱসায়ী জন দমদমাত থকা জোতা চেন্ডেলৰ দোকান বন্ধ কৰি ঘৰলৈ ওভোটাৰ পথত ৰামপুৰ দমদমাৰ মাজত গুলিচালনা কৰে দুৰ্বৃত্তৰ দলটোয়ে ফলত ব্যৱসায়ি জনৰ বাও ভৰিত গুলিবিদ্ধ হৈ পথৰ মাজত বাগৰি পৰে ।
■দুৰ্বৃত্তৰ দলটোয়ে ঘটনাটো সংঘটিত কৰি ব্যৱসায়ি জাকিৰ আলীৰ পৰা ১ লাখৰো অধিক টকা লুটি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
■পৰবৰ্তী সময়ত ততাতৈয়াকৈ জাকিৰ আলীক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।

বৰক্ষেত্ৰীৰ পৰা ৰিপোৰ্ট।।

You May Also Like

More From Author