অনিৰ্দিষ্ট কাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

0 min read

🔷 ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে ফেৰী সেৱা

🔷 সোমবাৰৰ পৰা আভ্যন্তৰীণ জল পৰিবহন বিভাগে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল

🔷 জলপৃষ্ঠ হ্ৰাস নোপোৱালৈকে বন্ধ থাকিব ফেৰী সেৱা

You May Also Like

More From Author