‘Cash for Marks’ -এ কঁপাইছে গুৱাহাটী বিশ্ববিদ্যালয়

1 min read

ছাত্ৰৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়। Cash fo Marks-এ কঁপাইছে বিশ্ববিদ্যালয়খন। সমগ্ৰ ঘটনা পুংখানুপুংখকৈ তদন্তৰ দাবী শিক্ষাৰ্থীৰ। বিশ্ববিদ্যালয়খনত ধনৰ বিনিময়ত মাৰ্কশ্বীটত নম্বৰ বৃদ্ধিৰ কেলেংকাৰি। ১২-১৩ হাজাৰ টকাতে শিক্ষাৰ্থীয়ে বৃদ্ধি কৰিব পাৰে নিজৰ মাৰ্কছ। এই কেলেংকাৰি সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে ৯জনক।

You May Also Like

More From Author