Month: July 2024

নগাঁৱৰ ৰত্নকান্ত বৰকাকতি দলঙত নৱকান্ত বৰুৱাৰ সোঁৱৰণত দলঙত কবিতা

নগাঁৱৰ ৰত্নকান্ত বৰকাকতি দলঙত নৱকান্ত বৰুৱাৰ সোঁৱৰণত দলঙত কবিতা

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–ৰবিবাৰে ১৪ জুলাই। কলংপৰীয়া কবি নৱকান্ত বৰুৱাৰ বিয়োগৰ দিন। ২০০২ চনত কবি গৰাকীৰ কায়িক বিদায়ৰ পাছৰপৰা নগাঁৱৰ ৰত্নকান্ত বৰকাকতি দলঙত প্ৰতিবছৰে উদযাপিত হৈ আহিছে দলঙত কবিতা। দলঙত কবিতা অনুষ্ঠানৰ উদ্যোক্তা বিশিষ্ট কবি প্ৰয়াগ শ‌ইকীয়াই প্ৰয়াত কবি নৱকান্ত বৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াই কলঙৰ বুকুত কবিতা উটুৱাই আৰম্ভ কৰা অনুষ্ঠানত

কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱ,এজন অক্ৰান্ত

কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱ,এজন অক্ৰান্ত

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–বানপানী আৰু বাঘৰ আতংকৰ মাজতে এইবাৰ জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত কৰি তুলিছে নগাঁৱৰ কলিয়াবৰবাসীক। কলিয়াবৰৰ এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ব্যক্তিজন হৈছে কলিয়াবৰ মহকুমাৰ সোণাৰী গাঁৱৰ সুজিৎ কুমাৰ চাংমাই বৰুৱা। পৰিয়ালৰ লোকে জনোৱা অনুসৰি কিছুদিনৰ পৰা সুজিৎ জ্বৰত ভুগি আছিল। স্থানীয় চিকিৎসকৰ

নগাঁৱৰ ৰাইডঙীয়াত প্ৰজন্মৰ উদ্যোগত আৰম্ভ ১৪দিনীয়া নাট কৰ্মশালা

নগাঁৱৰ ৰাইডঙীয়াত প্ৰজন্মৰ উদ্যোগত আৰম্ভ ১৪দিনীয়া নাট কৰ্মশালা

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–নগাঁও জিলাৰ ৰাইডঙীয়াৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান “প্ৰজন্ম”ৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে চলিত বৰ্ষতো ৰাজ মেধিৰ সোঁৱৰণত ১৪দিনীয়া প্ৰযোজনা ভিত্তিক এখনি নাট কৰ্মশালা আৰম্ভ কৰিছে। বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত সমাজখনত বৌদ্ধিক চিন্তাৰ চৰ্চা বহু পৰিমাণে হ্ৰাস পায় আহিছে। এই সময়ত বহু শিশু,কিশোৰ অবাটে গৈছে । কোনোবাজন যদি অসামাজিক ব্যাধিৰ স্বীকাৰ

নগাঁৱৰ ৰহাৰ জোঙাল বলহু গড়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নগাঁৱৰ ৰহাৰ জোঙাল বলহু গড়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৫০ কোটি টকাৰে নিৰ্মাণ কৰি থকা পৰ্যটন আচঁনিৰ পৰিদৰ্শন নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই:–অহা ২০২৬ৰ বিধান সভা নিৰ্বাচনৰ আগত কংগ্ৰেছত কোনো নাথাকিব।—এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ একাংশ নেতা-কৰ্মী কংগ্ৰেছ লৈ ঢাপলি মেলাৰ সম্পৰ্কত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰহাৰ ঐতিহাসিক জোঙালবলহু ক্ষেত্ৰত উপস্থিত হৈ নিৰ্মাণৰত জোঙালবলহু পৰ্যটন ক্ষেত্ৰৰ

নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ ধিং অধিৱেশনৰ সফল সামৰণি

নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ ধিং অধিৱেশনৰ সফল সামৰণি

কবিতা ভাল পাবলৈ হ’লে মাটি আৰু মানুহক ভাল পাবই লাগিব : কবি উজ্জ্বল পাওগাম নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–১৯৮৭ চনত কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে গঠন হোৱা সদৌ অসম কবি সন্মিলনৰ অন্যতম নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ ধিং অধিৱেশনৰ ৰবিবাৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে