হৰিনাম-ভাওনাৰে মুখৰিত কলঙৰ পাৰ নিউজ ব্যুৰ’,নগাঁও,১২ জুলাই :–নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলৰ বৰজহাৰ কীৰ্ত্তনঘৰৰ নৱনিৰ্মিত মণিকূটত সিংহাসন প্ৰতিষ্ঠা পৰ্বৰ শুক্ৰবাৰে নিশা সফলতাৰে সামৰণি পৰে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰতিষ্ঠা পৰ্বৰ অন্তিমটো দিনৰ কাৰ্যসূচী অনুসৰি শুক্ৰবাৰে পুৱা ধৰ্মীয় শোভাযাত্ৰা, নাম-প্ৰসংগ,ভোগ বিতৰণৰ পাছত নিশালৈ “দ্ৰোণপৰ্ব” ভাওনাখনি পৰিবেশন কৰা হয়। পুৱাৰ ভাগত উলিওৱা বিশাল ধৰ্মীয়
Month: July 2024
Guwahati,13th July 2024: Purbanchal Cement Ltd., also known as Surya Gold Cement, has announced a generous contribution of ₹20 lakhs to the Chief Minister’s Relief Fund to support the victims of the recent devastating floods in Assam. This contribution aims to provide immediate relief and rehabilitation to the affected communities,
নিউজ ব্যুৰ’,নগাঁও,১১জুলাই:–সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ধিং আঞ্চলিক কবি সন্মিলনৰ আতিথ্যত অহা ১৪জুলাইত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজিত অধিবেশনৰ কাৰ্যসূচী অনুসৰি ১৪ জুলাইত পুৱা ৮বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি কৰৱী শইকীয়া
নিউজ ব্যুৰ’,নগাঁও,১১জুলাই :– শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বৃহস্পতিবাৰে ধিং সমষ্টিৰ জেঙনী,কলাডুবা,জাৰামাৰী,শ্লুইচ গেইট,ডুমডুমীয়া আদি কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে। নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত এই চৰ চাপৰি অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি,বানত ক্ষতিগ্ৰস্ত কৃষকক চৰকাৰক ক্ষতিপূৰণ দিয়াৰ দাবী তোলে। ইফালে বিগত ২২ জুনত লাওখোৱা
Initiative to enable over 500 beneficiaries for nurturing local talents Assam: 11 July 2024: Reinforcing its unwavering commitment to sustainable community development, Dalmia Bharat Foundation (DBF), the Corporate Social Responsibility (CSR) arm of Dalmia Bharat Ltd. (DBL), India’s leading cement company, inaugurated a newly constructed cultural stage in a community