Month: July 2024

দিল্লী যন্তৰ মন্তৰত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তিনিঘণ্টীয়া ধৰ্ণা

দিল্লী যন্তৰ মন্তৰত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তিনিঘণ্টীয়া ধৰ্ণা

👉দিল্লীৰ যন্তৰ মন্তৰত  ৰাতিপুৱা ১০ বজাৰ পৰা ১:০০ বজালৈ সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তিনি ঘণ্টীয়া ধৰ্ণা 👉অসমৰ বসবাস কৰা ভূমি পুত্ৰ চাওঁতাল সকল জনজাতিকৰণ দাবীৰে যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ 👉বনাঞ্চলত বসবাস কৰা চাওঁতাল সকলোক বনাঞ্চল আইন ২০০৬ অনুসৰি ভূমি পট্টা প্ৰদান আৰু অষ্টম অনুসুচিত স্বীকৃতি প্ৰাপ্ত চাওঁতালী ভাষা প্ৰাথমিক পৰা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি চৰম ভাবুকি,কলিয়াবৰৰ হাতীমূৰাত গাইড বান্ধ ভঙাত হাহাকাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি চৰম ভাবুকি,কলিয়াবৰৰ হাতীমূৰাত গাইড বান্ধ ভঙাত হাহাকাৰ

নিউজ ব্যুৰ’,নগাঁও,২জুলাই:-বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলৰ প্ৰতি আহিছে চৰম ভাবুকি। বিশেষকৈ ওখ ঠাইৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত যান-বাহনৰ পৰা জীৱ-জন্তুৰ প্ৰাণৰ প্ৰতি সংশয় আহিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কলিয়াবৰ মহকুমা আৰক্ষী প্ৰশাসন তাৰ বাবে এতিয়া সষ্টম

‘Cash for Marks’ -এ কঁপাইছে গুৱাহাটী বিশ্ববিদ্যালয়

‘Cash for Marks’ -এ কঁপাইছে গুৱাহাটী বিশ্ববিদ্যালয়

ছাত্ৰৰ প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়। Cash fo Marks-এ কঁপাইছে বিশ্ববিদ্যালয়খন। সমগ্ৰ ঘটনা পুংখানুপুংখকৈ তদন্তৰ দাবী শিক্ষাৰ্থীৰ। বিশ্ববিদ্যালয়খনত ধনৰ বিনিময়ত মাৰ্কশ্বীটত নম্বৰ বৃদ্ধিৰ কেলেংকাৰি। ১২-১৩ হাজাৰ টকাতে শিক্ষাৰ্থীয়ে বৃদ্ধি কৰিব পাৰে নিজৰ মাৰ্কছ। এই কেলেংকাৰি সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে ৯জনক।

বঙাইগাঁৱৰ চাঞ্চল্যকৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ ৰহস্য ফাদিল; পত্নীয়েই ছুপাৰি কিলাৰৰ হতুৱাই হত্যা কৰাইছিল স্বামীক

বঙাইগাঁৱৰ চাঞ্চল্যকৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ ৰহস্য ফাদিল; পত্নীয়েই ছুপাৰি কিলাৰৰ হতুৱাই হত্যা কৰাইছিল স্বামীক

🔷 পত্নী নীলিমা দাস আৰু ৪ ছুপাৰি কিলাৰক গ্ৰেপ্তাৰ 🔷 স্বামীৰ সৈতে একাধিক মহিলাৰ সম্পৰ্ক থকাৰ সন্দেহতে এই হত্যাকাণ্ড।

অনিৰ্দিষ্ট কাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

অনিৰ্দিষ্ট কাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

🔷 ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে ফেৰী সেৱা 🔷 সোমবাৰৰ পৰা আভ্যন্তৰীণ জল পৰিবহন বিভাগে বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল 🔷 জলপৃষ্ঠ হ্ৰাস নোপোৱালৈকে বন্ধ থাকিব ফেৰী সেৱা