Month: July 2024

মহানগৰীৰ ধাৰাপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীৰ ধাৰাপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

বৰষুণ দি থকাৰ সময়ত ধাৰাপুৰ চাৰিআলিত এই অগ্নিকাণ্ড ।। অগ্নিকাণ্ডৰ সূত্ৰপাত কিহৰ বাবে হৈছে জানিব পৰা হোৱা নাই ।। এই অগ্নিকাণ্ডৰ ফলত বহু কেইখন দোকান জুইত জাহ যায় ।। দোকান সমূহত আছিল মূল্যৱান সামগ্ৰী , সকলো জ্বলি যায় ।। ধাৰাপুৰৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰি জুই নুমাব চেষ্টা কৰি থকা অৱস্থাত

নগাঁৱৰ চমুৱাগাঁৱত পথ দুৰ্ঘটনাত এজন নিহত,পাঁচজন আহত

নগাঁৱৰ চমুৱাগাঁৱত পথ দুৰ্ঘটনাত এজন নিহত,পাঁচজন আহত

নিউজ ব্যুৰ’,নগাঁও,৩০জুন:–নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁও তিনিআলিত ৰবিবাৰে বিয়লি দুখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত এজন লোক থিতাতে নিহত হোৱাৰ লগতে পাঁচজনকৈ লোক গুৰুতৰ ভাৱে আহত হয় । নিহত লোকজনক মৰিগাঁৱৰ ভূৰাগাঁৱৰ তাপস ৰয় বুলি চিনাক্ত কৰা হৈছে । প্ৰাপ্ত বাতৰি মতে নগাঁও অভিমুখে গৈ থকা এ এচ ০

নগাঁৱৰ বঢ়মপুৰৰ অঞ্চলে অঞ্চলে নাগৰিক সভা

নগাঁৱৰ বঢ়মপুৰৰ অঞ্চলে অঞ্চলে নাগৰিক সভা

নিউজ ব্যুৰ’,নগাঁও,৩০জুন:-ৰাজ্য চৰকাৰে ঘোষণা কৰা উপ-জিলাকলৈ নগাঁও জিলাৰ বৃহত্তৰ বঢ়মপুৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বঢ়মপুৰ সমষ্টিৰ উপ জিলাৰ সদৰ কাৰ্যালয় স্থানকলৈ এতিয়া সাধাৰণ জনতাৰ মাজত সৃষ্টি হৈছে কল্পনা-জল্পনা । বঢ়মপুৰ উপ জিলাৰ সদৰ কাৰ্যালয় কামপুৰত স্থাপন কৰাৰ কথা চৰ্চালৈ অহাৰ পিছতে এতিয়া বৃহত্তৰ বঢ়মপুৰৰ অঞ্চলে অঞ্চলে নাগৰিক সভা অনুষ্ঠিত কৰি