■এজন ব্যৱসায়ীক লক্ষ্য কৰি ধাৰাষাৰ গুলীচালনা কৰে তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে ।■ব্যৱসায়ী জনৰ বৰপেটা জিলাৰ চতলাৰ জাকিৰ আলি বুলি জানিব পৰা গৈছে ।■ব্যৱসায়ী জন দমদমাত থকা জোতা চেন্ডেলৰ দোকান বন্ধ কৰি ঘৰলৈ ওভোটাৰ পথত ৰামপুৰ দমদমাৰ মাজত গুলিচালনা কৰে দুৰ্বৃত্তৰ দলটোয়ে ফলত ব্যৱসায়ি জনৰ বাও ভৰিত গুলিবিদ্ধ হৈ পথৰ মাজত
Month: July 2024
Guwahati 19 July: Bidurbhai, a satirical comedy film was released across the state and expected to be released in other cities of the country. The trailer was released on 1st July and has gained popularity among film lovers. Since then there has been a massive demand across the cinema hall
*চাপৰৰ আৰক্ষীৰ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম নকল সোনসহ দুই নকল সোন ব্যৱসায়ী আটক ।। ধৃত নকল সোন ব্যৱসায়ী দুজন ক্ৰমে বাদশ্বা সেখ আৰু নুৰ আলম বুলি জানিব পৰা গৈছে ।। জানিব পৰা মতে নকল সোন ব্যৱসায়ি দুজন ধুবুৰী জিলাৰ বন্দিহানাৰ পৰা চাপৰলৈ আহিছিল সোন বিক্ৰী কৰিবলৈ ।। চাপৰ চক্ৰ
অসম বংগ সীমান্তৰ ছাগলীয়াত চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ছাগলীয়া আৰক্ষী ।। আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪৬ টাকৈ চোৰাং গৰু। ধুবুৰীত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। বিহাৰৰ পৰা বৰপেটা অভিমুখে যোৱাৰ সময়ত ছাগলীয়া আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত আল্ট্ৰা বাহনত তালাচি চলায়। আৰক্ষীৰ তালাচীত ৪৬ টাকৈ চোৰাং গৰু উদ্ধাৰ
নিউজ ব্যুৰ’,নগাঁও,১৭জুলাই :–নগাঁও জিলাৰ চামগুৰিৰ এটা চেটেলাইট চেনেলৰ ফটো সাংবাদিক ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু এবছৰ পাৰ হ’ল যদিও বৰ্তমানলৈকে পৰিয়ালৰ লোকে কোনো সুদুত্তৰ পোৱা নাই বুলি অভিযোগ উঠিছে । মংগলবাৰে বছৰেকীয়া আদ্যশ্ৰাদ্ধৰ দিনটোত প্ৰয়াত ফটো সাংবাদিকগৰাকীৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিবেশ ৷ একমাত্ৰ পুত্ৰক অকালতে হেৰুৱাৰ বেদনা সহিব নোৱাৰি এতিয়া