গোঁসাইগাঁৱৰ মহাময়া মন্দিৰৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত নিহত ৫ জনকৈ ব’ল ব’মৰ যাত্ৰী। বিষমুৰীতো একেখন ট্ৰাকৰে খুন্দাত আন দুজন লোক নিহত। ঘটনা সংঘটিত কৰি পলায়ন ট্ৰাকখনৰ।
Month: August 2024
‘ছেণ্ট মাৰ্টিন আৰু বে অৱ বেংগল আমেৰিকাক এৰি দিয়া হ’লে মই ক্ষমতাত থকিব পাৰিলোহেঁতেন’। অৱশেষত মুখ খুলিছে শ্বেখ হাছিনাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ‘ব্যৱহাৰ’ৰ অভিযোগ তুলি বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰলৈ সতৰ্কতা শ্বেখ হাছিনাৰ। শ্বেখ হাছিনাৰ বহিষ্কাৰৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ জড়িত থকা বুলিও অভিযোগ হাছিনাৰ।
Guwahati, August 10: Defining a new era of SUV design, Tata Motors, India’s leading automotive manufacturer, today, officially launched the Curvv.ev and showcased the Tata Curvv. The event was attended by Ratan Lal Sarawgi, CMD of Bimal Cars; Bimal Sarawgi, MD; Arihant Sarawgi, CEO; Anurag Sarawgi, CEO; and Dipankar Das,
গুৱাহাটীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ আৰক্ষীৰ। SI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত হঠাৎ আত্মপ্ৰকাশ ঘটিছিল হাছিনাৰ। নকল সোণ বেপাৰীক ৰক্ষণাবেক্ষণ দিবলৈ হাছিনাই ধন লোৱাৰ আভিযোগ। বিহপুৰীয়া OC আৰু বঙালমৰা ICৰ নামত ধন লৈছিল হাছিনাই। নিজৰ মতে নচলিলে আৰক্ষী বিষয়াকো হাছিনাই দিয়ে বদলিৰ ভাবুকি। হাছিনাৰ বিৰুদ্ধে তথ্য-প্ৰমাণ লাভৰ পাছতে
বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতেই আহিছে আন এক খবৰ। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রখনত এইবাৰ অৰ্থনৈতিক সংকটৰ সম্ভাৱনা দেখা গৈছে। ক্ৰমাৎ অৱনতি ঘটিছে বাংলাদেশৰ পৰিস্থিতি। শান্তিৰ নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছে হিংসা-প্ৰতিহিংসা, ৰাজনৈতিক উত্থান-পতনৰ মাজতে দেশখনৰ দায়িত্ব লৈছে যদিও পৰিস্থিতি চম্ভালিবলৈ তেওঁৰ বাবে কঠিন হ’ব পাৰে। বাংলাদেশৰ শেহতীয়া খবৰ অনুসৰি